ETV Bharat / bharat

নিৰ্বাচনী মন্ত্ৰণালৈ 120 দিনীয়া ভাৰত ভ্ৰমণসূচীৰে জে পি নাড্ডা

author img

By

Published : Nov 24, 2020, 8:26 PM IST

ডিচেম্বৰত গোৱা ভ্ৰমণ কৰিৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷ এই কথা জানিবলৈ দিলে গোৱাৰ বিজেপিৰ প্ৰধান সদানন্দ তানাভাদে ৷

bjp-chief-nadda-to-visit-goa-next-month
নিৰ্বাচনী মন্ত্ৰণালৈ 120 দিনীয়া ভ্ৰমণসূচীৰে নাডা

নিউজ ডেস্ক, 24 নৱেম্বৰঃ বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে ডিচেম্বৰত গোৱা ভ্ৰমণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷ এই ভ্ৰমণৰ সময়ছোৱাত বিজেপিৰ নেতা কৰ্মীৰ সৈতে নিৰ্বাচন কেন্দ্ৰীক মত বিনিময় কৰিব বুলি জানিবলৈ দিছে গোৱাৰ বিজেপিৰ প্ৰধান সদানন্দ তানাভাদে ৷

উল্লেখ্য যে, বিগত 2024 ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী মন্ত্ৰণা লৈ 120 দিনীয়া কাৰ্যসূচীৰে দেশৰ কেইবাখনো ৰাজ্য ভ্ৰমণ কৰিব জে পি নাড্ডাই ৷ এই কথা সদৰি কৰিলে বিজেপিৰ সাধাৰণ সম্পাদক অৰুণ সিঙে ৷

লগতে পঢ়কঃ টীয়কত অনুষ্টুুপীয়াকৈ লাচিত দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.