ETV Bharat / bharat

আব্দুল্লা, মুফ্টি পৰিয়ালক ভাৰতৰ বিভাজন কৰিবলৈ নিদিও : মোডী

author img

By

Published : Apr 14, 2019, 7:55 PM IST

জম্মু - কাশ্মীৰত এখন জনসভাত অংশগ্ৰহন কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীয়ে মন্তব্য কৰে যে, আব্দুল্লা আৰু মুফ্টিৰ পৰিয়ালে ভাৰতৰ বিভাজন কৰাৰ বহু চেষ্টা কৰিছে ৷ এই দুই পৰিয়ালে ৰাজ্যখনৰ তিনিটা প্ৰজন্মৰ পতন আনিলে বুলিও তেওঁ মন্তব্য কৰে ৷

MODI IN JAMMU KASHMIR

নিউজ ডেস্ক, 14 এপ্ৰিল: দেওবাৰে জম্মু - কাশ্মীৰৰ এক জনসভাত অংশগ্ৰহন কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ সিং মোডীয়ে ওমৰ আব্দুল্লা আৰু মেহবুবা মুফ্টিক কটাক্ষ কৰি কয় যে, তেওঁলোকক ভাৰতৰ বিভাজন আনিবলৈ দিয়া নহ'ব ৷ তেওঁ মন্তব্য কৰে যে, আবদুল্লা আৰু মুফ্টি পৰিয়ালে ৰাজ্যখনৰ তিনিটা প্ৰজন্মৰ পতন ঘটালে ৷ সেয়েহে ৰাজ্যখনৰ ভৱিষ্যত উন্নয়নৰ অৰ্থে তেওঁলোকক ৰাজনীতিৰ পৰা বাহিৰ কৰাৰ বহুত প্ৰয়োজন আছে ৷

ETV BHARAT
MODI IN JAMMU KASHMIR

তেওঁ লগতে প্ৰাক্তন মূখ্যমন্ত্ৰী তথা নেশ্বনেল কনফাৰেন্সৰ সভাপতি ওমৰ আব্দুল্লাই জম্মু - কাশ্মীৰৰ বাবে পৃথক প্ৰধানমন্ত্ৰী দাবী কৰাৰ কথাও উল্লেখ কৰে ৷ এইসকল লোকে তেওঁক যিমান ককৰ্থনা কৰিলেও দেশৰ বিভাজন অনাৰ চেষ্টা কেতিয়াও সফল হ'বলৈ দিয়া নহ'ব বুলি জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

জিতেন্দ্ৰ সিঙৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহন কৰা প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহনত বহুসংখ্যক লোকে ভোট প্ৰদান কৰিলে ৷ গণতন্ত্ৰৰ শক্তি কিমান সেইয়া ৰাজ্যখনৰ লোকসকলে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহনতে প্ৰমান কৰিলে বুলি তেওঁ মন্তব্য কৰে ৷

WON'T LET ABDULLAHS, MUFTIS DIVIDE INDIA : MODI

thimbnail_2x1_modi_jpg.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.