ETV Bharat / bharat

উইং কামাণ্ডাৰ অভিনন্দনৰ সৈতে অসমৰ সম্পৰ্ক কি ? - তেজপুৰ

কিয়নো অভিনন্দনে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল অসমত । এজন প্ৰাক্তন বায়ুসেনাৰ এয়াৰ মাৰশ্বেল সীমাকুটি ৱৰ্তমানৰ পুত্ৰ হিচাপে পিতৃৰ কৰ্মস্থান তেজপুৰত কৈশোৰৰ বহু সময় পাৰ কৰিছিল অভিনন্দনে ।

উইং কামাণ্ডাৰ অভিনন্দনৰ সৈতে অসমৰ সম্পৰ্ক কি ?
author img

By

Published : Mar 2, 2019, 5:09 PM IST

তেজপুৰ, ২ মাৰ্চঃ দেশজুৰি এতিয়া এটাই ধ্বনি । কেৱল অভিনন্দন , অভিনন্দন আৰু অভিনন্দন ... ভাৰতীয় বায়ুসেনাৰ উইং কামাণ্ডাৰ অভিনন্দন ৱৰ্তমানে স্বদেশৰ মাটিত শুকুৰবাৰে উপস্থিত হোৱাৰ পাচতে এতিয়া দেশজুৰি আনন্দৰ বন্যা । পিচে এইজন অভিনন্দনৰ সৈতে আছে অসমৰ এৰাব নোৱাৰা সম্পৰ্ক । কিয়নো অভিনন্দনে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল অসমত । এজন প্ৰাক্তন বায়ুসেনাৰ এয়াৰ মাৰশ্বেল সীমাকুটি ৱৰ্তমানৰ পুত্ৰ হিচাপে পিতৃৰ কৰ্মস্থান তেজপুৰত কৈশোৰৰ বহু সময় পাৰ কৰিছিল অভিনন্দনে ।

উইং কামাণ্ডাৰ অভিনন্দনৰ সৈতে অসমৰ সম্পৰ্ক কি ?

অভিনন্দনৰ পিতৃ উত্তৰ-পূৰ্বাঞ্চলৰ শ্বিলঙৰ ইষ্টাৰ্ণ এয়াৰ কামাণ্ডাৰৰ দায়িত্বত আছিল ২০১১ চনৰ আগষ্ট মাহৰ পৰা ২০১২ চনৰ ৩০ নবেম্বৰলৈ । উল্লেখ্য যে, তেজপুৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেপটেমন্টত কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডে জানিবলৈ দিয়ে যে, অভিনন্দনৰ পিতৃ ইয়াৰ পূৰ্বে তেজপুৰৰ বায়ু চাউনীত কৰ্মৰত আছিল আৰু সেইসময়ত অভিনন্দনে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল বায়ু সেনা বাহিনীৰ কেন্দ্ৰীয় বিদ্যালয়ত । পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অভিনন্দনে কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়ন কৰা বুলি সদৰী কৰে কেন্দ্ৰীয় বিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষই ।

Intro:Add Avinandan pix, video ।

তেজপুৰ: ভাৰতীয় বায়ু সেনাৰ উইং কমাণ্ডাৰ অভিনন্দন ৱৰ্তমান এজন প্ৰাক্তন বায়ু সেনাৰ এয়াৰ মাৰশ্বেলে সীমাকুটি ৱৰ্তমানৰ পুত্ৰ এজন চোখয় ৩০ SU-30MK ফাইটাৰ বিমান ৰ পাইলট ।
অভিনন্দন ৰ পিতৃ অৱৰসৰ্ প্ৰাপ্ত বায়ু সেনাৰ বিষয়া উত্তৰ পূৰ্বাঞ্চলৰ শ্বিলঙৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডাৰ দায়িত্বত আছিল ২০১১ ৰ আগষ্ট ৰ ১ ৰ পৰা ২০১২ৰ নৱেম্বৰ ৩০ তাৰিখ লৈ ।
অভিনন্দন ৰ পিতৃ ইয়াৰ আগতে তেজপুৰ ৰ বায়ু ছাউনি ত কৰ্মৰত আছিল আৰু সেই সময়ত অভিনন্দন শিক্ষা গ্ৰহণ কৰিছিল বায়ু সেনা বাহিনীৰ কেন্দ্ৰীয় বিদ্যালয় -৩ । অভিনন্দনে ক্লাছ ৫ ৰ পৰা ৮ম লৈ 1993- 95 লৈ, এই কথা সদৰী কৰিছে কেন্দ্ৰিয় বিদ্যালয় ৰ ২ ৰ বৰ্তমানৰ অধ্যক্ষ ই ।
ইয়াৰ পিছত এই কেভি ৩ বিদ্যালয় 1999 চনত বন্ধ কৰি

Body:ইয়াৰ পিছত এই কেভি ৩ বিদ্যালয় 1999 চনত বন্ধ কৰি কেভি ২ ৰ লগত একে লগ কৰা হয় ।

Conclusion:প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম
তেজপুৰ।
২/৩/২৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.