ETV Bharat / bharat

ম্যাদ উকলা বীমা পুনৰুদ্ধাৰ কৰিব বিচাৰে নেকি ?

ইয়াৰ পূৰ্বে যিসকল প'লিচি হ'লদাৰ্চে নিজৰ বীমাসমূহ 2014 চনৰ 1 জানুৱাৰীত বীমা কৰিছিল তেওঁলোকে নিজৰ non-linked বীমাসমূহ 5 বছৰৰ ভিতৰত তথা unit-linked বীমাসমূহ প্ৰথম প্ৰিমিয়াৰ পৰিশোধ কৰাৰ 3 বছৰৰ ভিতৰত কৰিব পাৰিব ৷ কোভিড 19ৰ পৰিপ্ৰেক্ষিতত যিসকলে নিজৰ প্ৰিমিয়াম যথাসময়ত পৰিশোধ কৰাত ব্যৰ্থ হৈছে LIC য়ে গ্ৰাহকসকলৰ বাবে এয়া সহজ কৰি তুলিছে বুলি অৱগত কৰে online insurance aggregator PolicyX.com. ৰ প্ৰতিষ্ঠাপক তথা CEO নভাল গোয়েলে ৷

author img

By

Published : Aug 11, 2020, 8:44 PM IST

LIC
LIC

নিউজ ডেস্ক, 11 আগষ্টঃ মহামাৰীৰ সময়ছোৱাত প'লিচি ধাৰক সকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে ভাৰতৰ সকলোতকৈ বিশাল বীমা প্ৰতিষ্ঠান Life Insurance Corporation of India (LIC) য়ে গ্ৰাহকসকলক বিচ্ছিন্ন বীমা প'লিচিসমূহ পুনৰুদ্ধাৰৰ বাবে দুই মাহৰ ম্যাদ বৃদ্ধি কৰিছে ৷LIC য়ে চলিত বৰ্ষৰ 10 আগষ্টৰ পৰা 9 অক্টোবৰলৈ এক বিশেষ পুনৰুদ্ধাৰ অভিযান আৰম্ভ কৰিব ৷ ইয়াৰ জৰিয়তে, specific eligible plans সমূহ কিছুমান নীতি নিয়মৰ মাজেৰে প্ৰথম পৰিশোধ নকৰা তাৰিখৰ পৰা 5 বছৰৰ ভিতৰত পুনৰুজ্জীৱিত কৰিব পৰা যাব ৷

ইয়াৰ পূৰ্বে যিসকল প'লিচি হ'লডাৰে নিজৰ বীমাসমূহ 2014 চনৰ 1 জানুৱাৰীত বীমা কৰিছিল তেওঁলোকে নিজৰ non-linked বীমাসমূহ 5 বছৰৰ ভিতৰত তথা unit-linked বীমাসমূহ প্ৰথম প্ৰিমিয়াৰ পৰিশোধ কৰাৰ 3 বছৰৰ ভিতৰত কৰিব পাৰিব ৷ কোভিড 19 ৰ পৰিপ্ৰেক্ষিতত যিসকলে নিজৰ প্ৰিমিয়াম যথাসময়ত পৰিশোধ কৰাত ব্যৰ্থ হৈছে LIC য়ে গ্ৰাহকসকলৰ বাবে এয়া সহজ কৰি তুলিছে বুলি অৱগত কৰে online insurance aggregator PolicyX.com. ৰ প্ৰতিষ্ঠাপক তথা CEO নভাল গোয়েলে ৷

  • জীৱন বীমা প'লিচিৰ ম্যাদ উকলা বুলি কেতিয়া ধাৰ হয় ?

প'লিচিধাৰীকসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত পৰ্যায়ক্ৰমে নিৰ্দিষ্ট প্ৰিমিয়াম দিয়াত ব্যৰ্থ হয় তেতিয়া বীমাৰ ম্যাদ উকলা বুলি ধৰি লোৱা হয় ৷ লগতে বীমা ক'ভাৰৰ অস্তিত্ব বন্ধ হয় ৷

  • LIC ৰ প'লিচিৰ গ্ৰেছ সময়ছোৱা কি ?

যদিহে বীমাৰ প্ৰিমিয়াম নিৰ্দিষ্ট সময়ৰ ভিতৰত পৰিশোধ কৰা হোৱা নাই তেতিয়া কিছু শতাংশ late fee প্ৰদানেৰে প্ৰিমিয়াম পৰিশোধৰ বাবে কিছু grace সময় প্ৰদান কৰা হয় ৷ কিন্তু যদিহে প'লিচিধাৰকে গ্ৰেছ সময়ছোৱাতো পৰিশোধ নকৰে তেন্তে বীমা ম্যাদ উকলি যায় ৷ গ্ৰেছ সময়ছোৱা 15 দিনৰ বাবে প্ৰদান কৰা হয় ৷

  • LIC ৰ বিশেষ পুনৰুদ্ধাৰ আঁচনিৰ বাবে কোনবোৰ নীতি যোগ্য ?

প'লিচি প্ৰিমিয়াম পৰিশোধ কৰাৰ সময়ত ম্যাদ উকলাৰ স্থিতিত আছে লগতে পুনৰীক্ষণৰ তাৰিখ অনুসৰি বীমাৰ সময়সীমা সম্পন্ন নহয়, এই অভিযানৰ জৰিয়তে সম্পন্ন হোৱাৰ যোগ্য ৷ কিন্তু ইয়াক তেতিয়াহে পুনৰুদ্ধাৰ কৰিব পৰা যাব যেতিয়া কিছু চৰ্ত আৰু নিয়মৰ অধীনত ই প্ৰথম পৰিশোধ নকৰা প্ৰিমিয়াম ৰ তাৰিখৰ পৰা 5 বছৰ কম হ'ব ৷

  • প'লিচিধাৰকসকলে ম্যাদ উকলা বীমাসমূহ কিদৰে পুনৰুজ্জীৱিত কৰিব পাৰিব ?

এটা ম্যাদ উকলা বীমা পুনৰুজ্জীৱিত কৰিবলৈ সুত তথা মূলধন সংগ্ৰহ কৰি প'লিচিধাৰকগৰাকীৰ সুস্বাস্থ্যৰ প্ৰমাণ পত্ৰ দি পুনৰুজ্জীৱিত কৰিব পাৰি ৷ এগৰাকী প'লিচিধাৰকে বিভিন্ন প্ৰকাৰৰ পুনৰুদ্ধাৰৰ প্ৰক্ৰিয়া ব্যৱহাৰ কৰিব পাৰে - সাধাৰণ পুনৰুদ্ধাৰ, বিশেষ পুনৰুদ্ধাৰ, কিস্তিৰ দ্বাৰা পুনৰুদ্ধাৰ , ঋণসহ পুনৰুদ্ধাৰ ইত্যাদি ৷

  • সঠিক প্ৰক্ৰিয়া কি ?

এটা ম্যাদ উকলা বীমাক পুনৰুজ্জীৱিত কৰিবলৈ প'লিচিধাৰকসকলে নিজৰ LIC এজেন্টগৰাকীক সৈতে যোগাযোগ কৰিব পাৰে ৷ ইয়াৰোপৰি আপুনি LIC ৰ ৱেৱচাইডৰ পৰা revival form সংগ্ৰহ কৰিব পাৰে ৷ ফ্ৰ'মখন পূৰণ কৰি পৰিশোধ কৰিবলগীয়া মূল্যৰে কাষৰ LIC ৰ ব্ৰাঞ্চত জমা দিব লাগে ৷

  • LIC ৰ দ্বাৰা বৰ্তমান পুনৰুদ্ধাৰ আঁচনিত কেনেধৰণৰ ৰেহাই প্ৰদান কৰা হৈছে ?

LIC ৰ দ্বাৰা বৰ্তমান পুনৰুদ্ধাৰ আঁচনিত মহামাৰীৰ সময়ছোৱাত স্বাস্থ্যজনিক কাৰণত কোনো ধৰণৰ ৰেহাই প্ৰদান কৰা হোৱা নাই ৷ কিন্তু সৰ্বমুঠ প্ৰিমিয়ামৰ ভিত্তিত LIC য়ে late fee 1500-2000 লৈ ৰেহাই দিব ৷ কিন্তু এই ৰেহাই high-risk plans যেনে নীতি বীমা, স্বাস্থ্যজনিত বীমা, multiple risk বীমাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় ৷

  • ম্যাদ উকলা বীমাক কিয় পুনৰদ্ধাৰৰ বাবে বিবেচনা কৰিব লাগে ?

প'লিচিধাৰকসকলে ম্যাদ উকলা বীমাক পুনৰদ্ধাৰৰ বাবে বিবেচনা কৰিব লাগে ৷ কাৰণ সমান লাভত নতুন বীমা খোলাতকৈ পুনৰুদ্ধাৰ কৰা উচিত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.