ETV Bharat / bharat

মাইক পম্পিঅ'ক সাক্ষাৎ ভাৰতীয় বৈদেশিক সচিবৰ

author img

By

Published : Mar 11, 2019, 1:22 PM IST

ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কৰ উন্নয়নৰ বাবে আমেৰিকাৰ বৈদেশিক সচিব মাইক পম্পিঅ'ক সাক্ষাৎ কৰিব বিজয় গোখালে।

etv bharat

নিউজ ডেস্ক, ১১ মাৰ্চ : তিনিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত হ'ব ভাৰতীয় বৈদেশিক সচিব বিজয় গোখালে। ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কৰ উন্নয়নৰ বাবে আমেৰিকাৰ বৈদেশিক সচিব মাইক পম্পিঅ'ক সাক্ষাৎ কৰিব বিজয় গোখালে।

পম্পিঅ'ৰ সৈতে ৱাচিংটন ডি চিত ফৰেইন অফিচ কনচাল্টেচনৰো আয়োজন কৰিব ভাৰতৰ বৈদেশিক সচিবগৰাকীয়ে। ভাৰত-আমেৰিকাৰ যৌথ সম্পৰ্ক আৰু বৈদেশিক আঁচনিৰ উন্নয়নক বিশেষভাৱে ফঁহিয়াই চোৱা হ'ব এই সাক্ষাৎকাৰত। অৰ্থনীতি-নিৰাপত্তা ইত্যাদি বিষয়তো আলোচনাত মিলিত হ'ব ভাৰত আৰু আমেৰিকা। এই ভ্ৰমণকালতেই ইউ এচ কংগ্ৰেছ আৰু প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াকো সাক্ষাৎ কৰিব বিজয় গোখালে।

Vijay Gokhale to meet with US Secretary of state Mike Pompeo in US 

মাইক পম্পিঅ'ক সাক্ষাৎ ভাৰতীয় বৈদেশিক সচিবৰ

নিউজ ডেস্ক, ১১ মাৰ্চ : তিনিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত হ'ব ভাৰতীয় বৈদেশিক সচিব বিজয় গোখালে। ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কৰ উন্নয়নৰ বাবে আমেৰিকাৰ বৈদেশিক সচিব মাইক পম্পিঅ'ক সাক্ষাৎ কৰিব বিজয় গোখালে। 

পম্পিঅ'ৰ সৈতে ৱাচিংটন ডি চিত ফৰেইন অফিচ কনচাল্টেচনৰো আয়োজন কৰিব ভাৰতৰ বৈদেশিক সচিবগৰাকীয়ে। ভাৰত-আমেৰিকাৰ যৌথ সম্পৰ্ক আৰু বৈদেশিক আঁচনিৰ উন্নয়নক বিশেষভাৱে ফঁহিয়াই চোৱা হ'ব এই সাক্ষাৎকাৰত। অৰ্থনীতি-নিৰাপত্তা ইত্যাদি বিষয়তো আলোচনাত মিলিত হ'ব ভাৰত আৰু আমেৰিকা। এই ভ্ৰমণকালতেই ইউ এচ কংগ্ৰেছ আৰু প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াকো সাক্ষাৎ কৰিব বিজয় গোখালে। 
Vijay__Gokhale_Feb26_h8AgYak.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.