ETV Bharat / bharat

দেশবাসীলৈ বৈশাখী, বিষু আৰু বহাগ বিহুৰ শুভেচ্ছা উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Apr 13, 2020, 4:39 PM IST

দেশবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ ৷

শুভেচ্ছা উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ
এম. ভেংকায়া নাইডু আৰু নৰেন্দ্ৰ মোডী

নেশ্যনেল ডেস্ক, 13 এপ্ৰিল : উপ-ৰাষ্ট্ৰপতি এম. ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে দেশবাসীলৈ বৈশাখী, বিষু,পুথান্দু, মাছাডী, বৈশখাডী আৰু বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ তেওঁলোকে কয় যে, দেশৰ এই সংকটৰ সময়ছোৱাত এনেধৰণৰ উৎসৱে সকলোৰে মন আৰু শৰীৰ উজ্জীৱিত কৰাৰ লগতে পথ প্ৰদৰ্শন কৰিব ৷

উল্লেখ্য় যে, খেতিৰ সৈতে জড়িত এই উৎসৱসমূহ বিশেষকৈ সোমবাৰ আৰু মঙলবাৰে পালন কৰা হয় ৷

তেওঁৰ বাৰ্তাত নাইডুয়ে কয়, "দেশৰ এই সংকটৰ সময়ছোৱাত এনেধৰণৰ উৎসৱে সকলোৰে মন আৰু শৰীৰ উজ্জীৱিত কৰাৰ লগতে পথ প্ৰদৰ্শন কৰে ৷"

আনহাতে, বহুকেইটা টুইটৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীয়ে ওড়িয়া নৱবৰ্ষ আৰু মহা বিশুৱা পানা সংক্ৰান্তিৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

  • बैसाखी के पावन अवसर पर देशवासियों को बहुत-बहुत शुभकामनाएं। नई उमंगों से जुड़ा यह त्योहार सभी के जीवन में नई ऊर्जा और नए उत्साह का संचार करे।

    — Narendra Modi (@narendramodi) April 13, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, বৈশাখী সম্পৰ্কত মোডীয়ে কয় যে, নতুন আশাৰ সঞ্চাৰ কৰা উৎসৱৰ জৰিয়তে সকলোৰে জীৱনলৈ নতুন শক্তি আৰু নতুন উৎসাহ প্ৰৱাহিত হওঁক ৷

  • ଓଡ଼ିଶାବାସୀଙ୍କୁ ଓଡ଼ିଆ ନବ ବର୍ଷ ଅବସରରେ ହାର୍ଦ୍ଦିକ ଶୁଭକାମନା । ମହାବିଷୁବ ପଣା ସଂକ୍ରାନ୍ତି ଅବସରରେ ଅଭିନନ୍ଦନ । ବର୍ଷ ସାରା ଖୁସି ଏବଂ ଉତ୍ତମ ସ୍ୱାସ୍ଥ୍ୟ ପାଇଁ ପ୍ରାର୍ଥନା ।

    Happy #OdiaNewYear and Maha Bishuba Pana Sankranti. May the coming year bring happiness and good health in everyone’s lives.

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.