ETV Bharat / bharat

তাবলিগী জামাত বন্ধ কৰাৰ দাবী বিশ্ব হিন্দু পৰিষদৰ !

তাবলিগী জামাত আৰু নিজামুদ্দিন মাৰ্কাজ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ দাবী বিশ্ব হিন্দু পৰিষদৰ । তাবলিগী জামাত আৰু নিজামুদ্দিন মাৰ্কাজৰ বাবেই বৰ্তমান ভাৰতবৰ্ষই সংকটৰ সময় অতিবাহিত কৰা বুলি দাবী বিশ্ব হিন্দু পৰিষদৰ সম্পাদক ড০ সুৰেন্দ্ৰ জৈনৰ ।

বিশ্ব হিন্দু পৰিষদ
তবলিগী জমাত বন্ধ কৰিবলৈ দাবী বিশ্ব হিন্দু পৰিষদৰ !
author img

By

Published : Apr 5, 2020, 11:45 PM IST

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ তাবলিগী জামাত আৰু নিজামুদ্দীন মাৰ্কাজ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ দাবী জনাই বিশ্ব হিন্দু পৰিষদে ।

বিশ্ব হিন্দু পৰিষদৰ সাধৰণ সম্পাদক ড০ সুৰেন্দ্ৰ জৈনৰ মন্তব্য অনুসৰি, তাবলিগী জামাত সম্পৰ্ণৰূপে বন্ধ কৰাৰ দাবী জনাইছে দেশৰ হিন্দু সংগঠন বিলাকে ।

সংগঠনটোৰ দাবী অনুসৰি, তাবলিগী জামাত আৰু নিজামুদ্দীন মাৰ্কাজৰ বাবেই দেশবাসীয়ে গম্ভীৰ সংকটৰ সন্মুখীন হ'ব লগা হৈছে । যাৰ বাবে ইছলামিক সম্প্ৰদায়ৰ এই স্থিতিক সন্ত্ৰাসবাদীতকৈ কোনো গুণে কম নহয় বুলি দাবী জনাই জামাত বন্ধ কৰিবলৈ দাবী উত্থাপন কৰে বিশ্ব হিন্দু পৰিষদে ।

উল্লেখ্য যে, দিল্লীৰ তাবলিগী জামাতত ২৩০০ জন ব্যক্তি বৰ্তমান পৰ্যন্ত অংশগ্ৰহণ কৰা বুলি পোহৰলৈ আহিছে । যাৰ ৫০০ জন ব্যক্তিৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি লাভ কৰিছে । তাবলিগী জামাত অনুষ্ঠিত হোৱাৰ পূৰ্বে দেশজুৰি কৰ'ণা আতংকৰ সংখ্যা ২.৮% আছিল যদিও তাবলিগী জামাতৰ পাচত ভাৰতত কৰ'ণা আতংকৰ সংখ্যা ৪৩.০২ শতাংশ হয়গৈ বুলি মন্তব্য কৰে বিশ্ব হিন্দু পৰিষদৰ সম্পাদক গৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.