ETV Bharat / bharat

পুনৰ আক্ৰমনাত্মক ৰূপত প্ৰিয়ংকা গান্ধী - উত্তৰ প্ৰদেশ চৰকাৰক সমালোচনা প্ৰিয়ংকা গান্ধীৰ

টুইটযোগে উত্তৰ প্ৰদেশ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ৷ প্লাৱিত হৈ থকা চিকিৎসালয়ৰ ফটো শ্বেয়াৰ কৰি উদঙালে ৰাজ্যৰ চিকিৎসা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ ৷

UP CM hiding run-down health facilities, not improving them: Priyanka
পুনৰ আক্ৰমনাত্মক ৰূপত প্ৰিয়ংকা গান্ধী
author img

By

Published : Jul 23, 2020, 2:48 PM IST

নিউজ ডেস্ক,23 জুলাইঃ উত্তৰ প্ৰদেশ চৰকাৰক পুনৰ সমালোচনা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ ৷ ৰাজ্যৰ চিকিৎসা বিভাগৰ বহু তথ্য ৰাজ্য চৰকাৰে অবৈধভাৱে গোপন কৰি ৰাখিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে ৷ স্বাস্থ্য বিভাগৰ সা-সুবিধা বৃদ্ধি কৰিবৰ বাবে চৰকাৰে কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাই বুলিও মন্তব্য কৰে সাধাৰণ সম্পাদিকা গৰাকীয়ে ৷

উল্লেখযোগ্য যে,প্লাৱিত হৈ থকা এখন চিকিৎসালয়ৰ এটা ভিডিঅ’ টুইটাৰযোগে শ্বেয়াৰ কৰি আদিত্যনাথ চৰকাৰক এই সমালোচনা কৰে প্ৰিয়ংকা গান্ধীয়ে ৷ মাহ’বা চিকিৎসালয়ৰ প্লাৱিত হৈ থকা এটা ৱাৰ্ডৰ ভিডিঅ’ শ্বেয়াৰ কৰি চিকিৎসালয়ৰ এই অৱস্থাৰ বাবে বৰ্তমান ৰোগী তথা চিকিৎসা কৰ্মী সকলোৱেই চিন্তিত বুলি নেত্ৰী গৰাকীয়ে উত্তৰ প্ৰদেশ চৰকাৰক সমালোচনা কৰে ৷

লগতে পঢ়কঃ কোভিডত আক্ৰান্ত মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.