ETV Bharat / bharat

ডঃ বি আৰ আম্বেদকাৰৰ ৰাজগ্ৰুহৰ ক্ষতিসাধন অচিনাক্ত দুৰ্বৃত্তৰ

author img

By

Published : Jul 8, 2020, 6:03 AM IST

কোনো অচিনাক্ত দুৰ্বৃত্তই ক্ষতি সাধন কৰে ডঃ বি আৰ আম্বেদকাৰৰ দাদৰস্থিত গৃহ "ৰাজগ্ৰুহ"ৰ ৷ আৰক্ষীয়ে ইতিমধ্যে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে তদন্ত ৷

Unknown miscreants vandalize Dr Babasaheb Ambedkar's house in Dadar

নিউজ ডেস্ক, 8 জুলাই : দাদৰস্থিত ডঃ বাবাচাহেব আম্বেদকাৰৰ গৃহ "ৰাজগ্ৰুহ"ৰ ক্ষতি সাধন কৰে কোনো অচিনাক্ত দুৰ্বৃত্তই ৷ মংগলবাৰে সংঘটিত হয় এই ঘটনা ৷ ডঃ বি আৰ আম্বেদকাৰৰ নাতিয়েকে প্ৰকাশ কৰা অনুসৰি, তেওঁ সকলোকে শান্তি অটুট ৰাখিবলৈ আহ্বান জনাইছে ৷ দুজন মানুহ ৰাজগ্ৰুহৰ প্ৰাংগনত প্ৰৱেশ কৰিছিল আৰু চিচি টিভিৰ লগতে আন সামগ্ৰীৰ ক্ষতি সাধনৰ চেষ্টা চলাইছিল ৷ কিন্তু আৰক্ষীয়ে এই তথ্য লাভ কৰি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে আৰু বহুকেইজন আৰক্ষী বিষয়া ৰাজগ্ৰুহলৈ আহে ৷

আৰক্ষীয়ে ইতিমধ্যে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷ ডঃ আম্বেদকাৰৰ নাতিয়েকে সকলোকে শান্তি বজায় ৰাখিবলৈ আৰু ৰাজগ্ৰুহৰ আশে পাশে ভিৰ নকৰিবলৈ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক : মগজুৰ ৰোগৰ শেহতীয়া সংযোজন ব্ৰেইন ফগ আৰু ইয়াৰ প্ৰতিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.