নিউজ ডেস্ক, 24 মে': লোকসভা নিৰ্বাচনত বিজয়ৰ পাচতে শুকুৰবাৰে ৰাজধানী দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীসভা আৰু মন্ত্ৰী পৰিষদৰ বৈঠক ৷ প্ৰধানমন্ত্ৰী তথা লোকসভাৰ নৱ নিৰ্বাচিত সাংসদৰ শপত গ্ৰহণৰ সময়সূচী নিৰ্ধাৰণ কৰা হ'ব এই বৈঠকত ৷
চৰকাৰী প্ৰবক্তা শীতাংশু কাৰ টুইটাৰযোগে প্ৰকাশ কৰে বৈঠকৰ কথা ৷ বৈঠকৰ আগমুহূৰ্তত শুকুৰবাৰে জ্যেষ্ঠ বিজেপি নেতা লাল কৃষ্ণ আদৱানী আৰু মুৰুলী মনোহৰ যোশীক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে ৷
আজি ৰাজধানী দিল্লীত মন্ত্ৰীসভা-মন্ত্ৰী পৰিষদৰ বৈঠক - লোকসভা নিৰ্বাচন
লোকসভা নিৰ্বাচনত বিজয়ী প্ৰাৰ্থীৰ শপতগ্ৰহণৰ দিন নিৰ্ধাৰণ কৰা হ'ব আজিৰ বৈঠকত

আজি ৰাজধানী দিল্লীত মন্ত্ৰীসভা-মন্ত্ৰীপৰিষদৰ বৈঠক
নিউজ ডেস্ক, 24 মে': লোকসভা নিৰ্বাচনত বিজয়ৰ পাচতে শুকুৰবাৰে ৰাজধানী দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীসভা আৰু মন্ত্ৰী পৰিষদৰ বৈঠক ৷ প্ৰধানমন্ত্ৰী তথা লোকসভাৰ নৱ নিৰ্বাচিত সাংসদৰ শপত গ্ৰহণৰ সময়সূচী নিৰ্ধাৰণ কৰা হ'ব এই বৈঠকত ৷
চৰকাৰী প্ৰবক্তা শীতাংশু কাৰ টুইটাৰযোগে প্ৰকাশ কৰে বৈঠকৰ কথা ৷ বৈঠকৰ আগমুহূৰ্তত শুকুৰবাৰে জ্যেষ্ঠ বিজেপি নেতা লাল কৃষ্ণ আদৱানী আৰু মুৰুলী মনোহৰ যোশীক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে ৷
union cabiner,council of ministers to meet today
আজি ৰাজধানী দিল্লীত মন্ত্ৰীসভা-মন্ত্ৰীপৰিষদৰ বৈঠক
লোকসভা নিৰ্বাচনত বিজয়ী প্ৰাৰ্থীৰ শপগ্ৰহণৰ দিন নিৰ্ধাৰণ কৰা হ'ব আজিৰ বৈঠকত৷
নিউজ ডেস্ক, 24 মে' : লোকসভা নিৰ্বাচনত বিজয়ৰ পাচতে শুকুৰবাৰে ৰাজধানী দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীসভা আৰু মন্ত্ৰীপৰিষদৰ বৈঠক৷ প্ৰধানমন্ত্ৰী তথা লোকসভাৰ নৱ নিৰ্বাচিত সাংসদৰ শপতগ্ৰহণৰ সময়সূচী নিৰ্ধাৰণ কৰা হ'ব এই বৈঠকত৷
চৰকাৰী প্ৰবক্তা শিতাংশু কাৰ টুইটাৰযোগে প্ৰকাশ কৰে বৈঠকৰ কথা৷ বৈঠকৰ আগমুহূৰ্তত শুকুৰবাৰে জ্যেষ্ঠ বিজেপি নেতা লাল কৃষ্ণ আদৱানী আৰু মুৰুলী মনোহৰ জোশীক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে৷