ETV Bharat / bharat

টুইটাৰত আৰু ৰাজনীতি কৰিব নোৱাৰে ! বন্ধ হ'ল ৰাজনৈতিক বিজ্ঞাপন - twitter political add

যোৱা ছেপ্তেম্বৰ মাহত আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি তথা ডেমক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীত্ব প্ৰয়াসী জ' বিবেন সম্পৰ্কত ড'নাল্ড ট্ৰাম্পে মন্তব্য কৰা এটা ভিডিঅ' টুইটাৰ , ফেচবুক তথা গুগুলে নিজ মাধ্যমৰ পৰা আঁতৰাবলৈ অসন্মত হৈছিল  ৷ এই ঘটনাৰ পাছতেই সামাজিক মাধ্যমৰ পৰা ৰাজনৈতিক প্ৰচাৰ তথা বিজ্ঞাপন বন্ধ কৰাৰ বিষয়টোৱে গুৰুত্ব লাভ কৰিছিল ৷

ৰাজনৈতিক বিজ্ঞাপনৰ প্ৰচাৰ বন্ধ কৰিলে টুইটাৰে
author img

By

Published : Oct 31, 2019, 11:46 PM IST

নিউজ ডেক্স , 31 অক্টোবৰঃ সামাজিক সংযোজন মাধ্যম টুইটাৰে বন্ধ কৰিলে সকলো ধৰণৰ ৰাজনৈতিক বিজ্ঞাপন ৷ টুইটাৰ কৰ্তৃপক্ষই উল্লেখ কৰে যে, সামাজিক মাধ্যমসমূহে বিভ্ৰান্তিমূলক বাৰ্তা সমূহ প্ৰেৰণৰ ক্ষেত্ৰত যথেষ্ট সুবিধা দিয়ে ৷

অক্টোবৰ মাহত ফেচবুক কৰ্তৃপক্ষই মন্তব্য কৰিছিল যে, ফেচবুকত ৰাজনৈতিক নেতা সকলৰ অভিযান সমূহৰ কোনো ধৰণৰ সত্যাসত্য নিৰূপণ কৰা নহয় যিয়ে নেতা সকলক মুকলিকৈ মিছা কোৱাৰ এখন মঞ্চ প্ৰদান কৰে ৷ সম্প্ৰতি ৰাজনৈতিক বিশ্লেষকসকলেও ফেচবুকত ৰাজনৈতিক বিজ্ঞাপন বন্ধ কৰাৰ আহ্বান জনাইছে ৷

টুইটাৰৰ সঞ্চালক জেক ডৰছেই বুধবাৰে টুইটাৰযোগে স্বীকাৰ কৰে যে, আন মাধ্যম সমূহতকৈ সামাজিক সংযোজন মাধ্যমসমূহে অভিসন্ধিমূলক বাতৰি প্ৰকাশৰ ক্ষেত্ৰত অধিক অৰিহণা আগবঢ়াই আহিছে ৷

উল্লেখযোগ্য যে , যোৱা ছেপ্তেম্বৰ মাহত আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি তথা ডেমক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীত্ব প্ৰয়াসী জ' বিবেন সম্পৰ্কত ড'নাল্ড ট্ৰাম্পে মন্তব্য কৰা এটা ভিডিঅ' টুইটাৰ , ফেচবুক তথা গুগুলে নিজ মাধ্যমৰ পৰা আঁতৰাবলৈ অসন্মত হৈছিল ৷ এই ঘটনাৰ পাছতেই সামাজিক মাধ্যমৰ পৰা ৰাজনৈতিক প্ৰচাৰ তথা বিজ্ঞাপন বন্ধ কৰাৰ বিষয়টোৱে গুৰুত্ব লাভ কৰিছিল ৷

লগতে পঢ়কঃ বীৰ শ্বহীদ পদুম বাহাদুৰ শ্ৰেষ্ঠৰ আদ্যশ্ৰাদ্ধ সম্পন্ন

Intro:Body:

slug- Twitter bans all political advertisements

headline-সকলো ধৰণৰ ৰাজনৈতিক বিজ্ঞাপনৰ প্ৰচাৰ বন্ধ কৰিলে টুইটাৰে 

summary-আন মাধ্যম সমূহতকৈ সামাজিক মাধ্যমসমূহে অভিসন্ধিমূলক বাতৰি প্ৰকাশৰ ক্ষেত্ৰত অধিক অৰিহণা আগবঢ়োৱাৰ লগতে বিভ্ৰান্তিমূলক বাৰ্তা সমূহ প্ৰেৰণৰ ক্ষেত্ৰত যথেষ্ট সুবিধা দিয়ে ৷ এই মন্তব্য  টুইটাৰৰ সঞ্চালক জেক ডৰছেৰ ৷ 

নিউজ ডেক্স , 31 অক্টোবৰঃ সামাজিক মাধ্যম টুইটাৰে বন্ধ কৰিলে সকলো ধৰণৰ ৰাজনৈতিক প্ৰচাৰ৷ টুইটাৰ কতৃপক্ষ্ই উল্লেখ কৰে যে, সামাজিক মাধ্যমসমূহে বিভ্ৰান্তিমূলক বাৰ্তা সমূহ প্ৰেৰণৰ ক্ষেত্ৰত যথেষ্ট সুবিধা দিয়ে৷

   অক্টোবৰ মাহত ফেচবুক কতৃপক্ষই মন্তব্য কৰিছিল যে ফেচবুকত ৰাজনৈতিক নেতা সকলৰ অভিযান সমূহৰ কোনো ধৰণৰ সত্যাসত্য নিৰূপণ কৰা নহয় যিয়ে নেতা সকলক মুকলিকৈ মিছা কোৱাৰ এখন মঞ্চ প্ৰদান কৰে ৷

ৰাজনৈতিক বিশ্লেষক সকলেও ফেচবুকক ৰাজনৈতিক বিজ্ঞাপন বন্ধ কৰাৰ আহ্বান জনাইছে ৷

   টুইটাৰৰ সঞ্চালক জেক ডৰছেই বুধবাৰে টুইটাৰযোগে স্বীকাৰ কৰে যে, আন মাধ্যম সমূহতকৈ সামাজিক মাধ্যমসমূহে অভিসন্ধিমূলক বাতৰি প্ৰকাশৰ ক্ষেত্ৰত অধিক অৰিহণা আগবঢ়াই আহিছে ৷

  উল্লেখযোগ্য যে , যোৱা ছেপ্তেম্বৰ মাহত আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি তথা ডেমক্ৰেটিক দলৰ প্ৰাৰ্থীত্ব প্ৰয়াসী জ' বিবেন সম্পৰ্কত ড'নাল্ড ট্ৰাম্পে মন্তব্য কৰা এটা ভিডিঅ' টুইটাৰ , ফেটবুক তথা গুগুলে নিজ মাধ্যমৰ পৰা আঁতৰাবলৈ অসন্মত হৈছিল ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.