ETV Bharat / bharat

Truecaller ত প্ৰতিবন্ধকতা লগোৱাটো অনুচিত আৰু অন্যায়

Truecaller ৰ মুখপাত্ৰই এই সন্দৰ্ভত কয় যে, ভাৰতীয় জোৱানসকলে 89 টা এপৰ ভিতৰত trucaller ক সংলগ্ন কৰাটো অতি দুখজনক ৷ Truecaller "Swedish" ৰ দ্বাৰা নিৰ্মিত এটা এপ, যিয়ে ভাৰতক নিজৰ ঘৰ বুলি ভাবে ৷

author img

By

Published : Jul 9, 2020, 10:38 PM IST

Truecaller says ban by Indian Army 'unjust'
Truecaller ত প্ৰতিবন্ধকতা লগোৱাতো অনুচিত আৰু অন্যায়

নিউজ ডেস্ক, 9 জুলাইঃ ভাৰতীয় সেনাই জোৱানসকলক 89 টা এপ ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিছে ৷ এই ঘটনাৰ পাছতে বৃহস্পতিবাৰে Truecaller ক এই এপসমূহৰ ভিতৰত অন্তভুক্ত কৰাটো অনুচিত আৰু একপ্ৰকাৰৰ অন্যায় বুলিও মন্তব্য কৰে Truecaller কতৃপক্ষই ৷ এই তালিকাত কেৱল টিক-টকৰ দৰে চীনা এপসমূহ অন্তৰ্ভুক্ত হৈ আছে, যিসমূহ এপত প্ৰথমেই চৰকাৰে প্ৰতিবন্ধকতা লগাইছিল ৷ ইয়াৰ ভিতৰত Facebook, Instagram, Snapchat, Zoom আৰু Reddit ইত্যাদিৰ দৰে জনপ্ৰিয় প্লেটফৰ্মসমূহো আছে ৷ ভাৰতীয় সৈন্যই জোৱানসকলক ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে এই এপসমূহ ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিয়ে ৷

Truecaller ৰ মুখপাত্ৰই এই সন্দৰ্ভত কয় যে, ভাৰতীয় জোৱানসকলে 89 টা এপৰ ভিতৰত trucaller ক সংলগ্ন কৰাটো অতি দুখজনক ৷ Truecaller "Swedish" ৰ দ্বাৰা নিৰ্মিত এটা এপ, যিয়ে ভাৰতক নিজৰ ঘৰ বুলি ভাবে ৷

Stockholm ইয়াৰ মুখ্যকাৰ্যলয় ৷ Truecaller এপে caller ID, spam detection, messaging আৰু বিভিন্ন ধৰণে ব্যৱহাৰ কৰোটাজনক তথ্য সৰবৰাহ কৰে ৷ ইয়াৰোপৰি মুখপাত্ৰগৰাকীয়ে কয় যে, আমি বাৰে-বাৰে এইটো ক'ব বিচাৰো যে, Truecaller আমাৰ নাগৰিক তথা জোৱানসকলৰ ব্যৱহাৰৰ বাবে সম্পূৰ্ণ সুৰক্ষিত ৷ এই তালিকাত Truecaller ক অন্তৰ্ভুক্ত কৰাৰ কোনো কাৰণ মই দেখা নাই ৷

Truecaller এপটোৱে 170 মিলিয়ন ভাৰতীয়ক বিভিন্নধৰণে সেৱা প্ৰদান কৰে ৷ ভাৰতীয়সকলে এই এপৰ জৰিয়তে প্ৰতিদিনে অহা spam calls আৰু SMS সমূহ চিনাক্ত কৰিব পাৰে বুলিও মন্তব্য কৰে মুখপাত্ৰগৰাকীয়ে ৷

উল্লেখ্য যে, 2019 ত Truecaller ব্যৱহৃত হাজাৰজন ভাৰতীয়ৰ UPI একাউন্টাটো ICICI বেংকৰ সৈতে লিংক হৈ গৈছিল ৷ যাৰ ফলত আতংকিত লোকসকলে নিজকে হেকিঙৰ স্বীকাৰ হোৱা বুলি ভাবিছিল ৷ লগে লগে Truecaller য়ে ইয়াৰ বাবে ক্ষমা-প্ৰাৰ্থনা বিচাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.