ETV Bharat / bharat

ত্ৰিপুৰাৰ মহাবিদ্যালয়ত বিস্ফোৰণ : আহত পাঁচ - ৰসায়ন বিজ্ঞান বিভাগ

ত্ৰিপুৰাৰ ধৰ্মনগৰ মহাবিদ্যালয়ত সংঘটিত এক বিস্ফোৰণৰ ফলত পাঁচজনকৈ ছাত্ৰ - ছাত্ৰী গুৰুতৰভাৱে আহত হৈছে । গুৰুতৰভাৱে আহত তিনিজনক ধৰ্মনগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

ত্ৰিপুৰাৰ মহাবিদ্যালয়ত বিস্ফোৰণ : আহত পাঁচ
author img

By

Published : May 28, 2019, 8:08 PM IST

কৰিমগঞ্জ, ২৮ মে': ত্ৰিপুৰাৰ ধৰ্মনগৰ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত সংঘটিত হোৱা এক বিস্ফোৰণৰ ফলত বিজ্ঞান শাখাৰ কেইবাজনো ছাত্ৰ - ছাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰে । ঘটনাত পাঁচ গৰাকীকৈ ছাত্ৰ - ছাত্ৰী আহত হোৱাৰ লগতে গুৰুতৰ অৱস্থাত তিনিজন ছাত্ৰক ধৰ্মনগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

ত্ৰিপুৰাৰ মহাবিদ্যালয়ত বিস্ফোৰণ : আহত পাঁচ

উল্লেখ্য যে, মঙলবাৰে ৰসায়ন বিজ্ঞান বিভাগৰ গৱেষণাগাৰত অসাৱধানতাবশতঃ কেমিকেলৰ ভুল সংমিশ্ৰণৰ ফলত বিস্ফোৰণ সংঘটিত হয় । এই ঘটনাত আহত সকল হৈছে পাপিয়া ভট্টাচাৰ্য, শতৰূপা দত্ত, ৰাজ গুপ্ত, সুষ্মিতা দাস আৰু সুনন্দা পাল ।

আৰু পঢ়ক : যোধপুৰত দুৰ্ঘটনাত 12 জন নিহত, একে পৰিয়ালৰে 7জনৰ মৃত্যু

Intro:Body:SLUG : TRIPURA COLLAGE BLAST

ত্ৰিপুৰাৰ ধৰ্মনগৰ মহাবিদ্যালয়ৰ কেমিষ্ট্ৰি ৰুমত বিস্ফোৰণ । কথমপি প্ৰাণ ৰক্ষা কেইবাজনো বিজ্ঞান শাখাৰ ছাত্ৰৰ । ঘটনাত আহত পাঁচ গৰাকী ছাত্ৰ ছাত্ৰী । গুৰত্বৰ অবস্থাত তিনিজন ছাত্ৰক ভৰ্তি কৰা হৈছে ধৰ্মনগৰ অসামৰিক চিকিত্সালয়ত । আজি কেমিষ্ট্ৰি লেব'ত প্ৰেকটিকেল ক্লাছ চলি থাকোতে অসাৱধানতা বশতঃ কেমিকেলৰ ভুল মিশ্ৰণৰ ফলত বিস্ফোৰণ ঘঠনা সংঘটিত হয় । আৰু এই ঘটনাত আহত হয় পাপিয়া ভট্টাচাৰ্য, শতৰূপা দত্ত, ৰাজ গুপ্ত, সুষ্মিতা দাস, সুনন্দা পাল । আহত দুজনক প্ৰাথমিক চিকিত্সাৰ পিছত এৰি দিয়া হৈছিল যদিও আন তিনিজনৰ অবস্থা সংকটজন হোৱাৰ বাবে ধৰ্মনগৰ অসামৰিক চিকিত্সালয়ত ভৰ্তি কৰোৱা হৈছে ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.