ETV Bharat / bharat

বাঘ্ৰ গণনা সম্পন্ন: সমগ্ৰ ভাৰতত ওলাল 2967 টা বাঘ

author img

By

Published : Jul 30, 2019, 11:42 AM IST

ষ্টেটাছ অৱ টাইগাৰছ ইন্ ইণ্ডিয়াই প্ৰকাশ কৰিলে প্ৰতিবেদন ৷ সমগ্ৰ ভাৰতত আছে 2967 টা বাঘ ৷

বাঘ্ৰ গণনা সম্পন্ন: সমগ্ৰ ভাৰতত ওলাল 2967 টা বাঘ

নিউজ ডেস্ক, 30 জুলাইঃ শেহতীয়াকৈ 'ষ্টেটাছ অৱ টাইগাৰছ ইন্ ইণ্ডিয়াই' দেশত বাঘৰ সংখ্যা সন্দৰ্ভত প্ৰকাশ কৰিছে চূড়ান্ত প্ৰতিবেদন ৷ প্ৰতিবেদনখনে সমগ্ৰ দেশত 2967 টালৈ বনৰজাৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভেদ লাভ কৰিছে ৷ প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি, 2014 ৰ পৰা 2018 ৰ সময়ছোৱাত বাঘৰ সৰ্বমুঠ সংখ্যাত আঠ শতাংশ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ সোমবাৰে প্ৰতিবেদন প্ৰকাশ কৰা অনুষ্ঠানত উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, মধ্যপ্ৰদেশ আৰু কৰ্ণাটকত বাঘৰ সৰ্বাধিক উপস্থিতি ধৰা পৰাৰ লগতে মধ্যপ্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশত বাঘৰ সৰ্বাধিক বৃদ্ধি হাৰ পৰিলক্ষিত হয় ৷ তদুপৰি দুৰ্বল নমুনা জৰীপৰ কাৰণে দেশৰ উত্তৰ-পূব অঞ্চলত সমীক্ষাত যথেষ্ট বেমেজালিৰ সৃষ্টি হয় ৷ কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰণালয়ৰ উদ্যোগত আৰু ৰাজ্যিক বন বিভাগৰ সহযোগত সম্পন্ন হোৱা বাঘ গণনা কাৰ্যত ছট্টিছগড় আৰু উৰিষ্যাত দেখা দিয়া বাঘৰ সংখ্যা হ্ৰাস হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে প্ৰতিবেদনখনে ৷ বাঘ গণনা প্ৰক্ৰিয়াত মুঠ 381400 কি.মি. অৰণ্য অঞ্চলৰ 20 খন বাঘৰ প্ৰজাতি থকা ৰাজ্যক সামৰি লোৱা হৈছিল ৷ আনহাতে এই জৰীপ প্ৰক্ৰিয়াত 26,838 টা চিহ্নিত এলেকাত কেমেৰাৰ সংস্থাপন কৰা হৈছিল আৰু উক্ত কেমেৰাৰ জৰিয়তে 76,651 খন ঢেকিয়াপতীয়াৰ ছবি আৰু 51,777 খন নাহৰফুটুকীৰ ফটো লোৱা হৈছিল ৷ সম্পন্ন জৰীপৰ পৰা জানিব পৰা গৈছে যে 2006 ৰ পৰা 2018 লৈকে সময়ছোৱাত বাঘৰ বৃদ্ধি হাৰ 6 শতাংশ বৃদ্ধি হোৱাৰ বিপৰীতে পশ্চিম বংগৰ বাস্কা , ঝাৰখণ্ডৰ পালামু আৰু মিজোৰামৰ ডাম্পাত কোনো বাঘ পোৱা নগ'ল ৷

Intro:New Delhi: According to the recent report of Status of Tigers in India, the total number of Tigers in India has risen to 2967, which is an increase of eight percent, between the year 2014 and 2018. Total count of 2,461 individual tigers are being trapped on camera, across India.

Body:The report launched by Prime Minister Narendra Modi, on Monday, states that Madhya Pradesh and Karnataka have the highest tiger population, as an increase in the count of Tigers has been found in MP and Andhra Pradesh, whereas loss in count has been found in the north eastern region due to "poor sampling". The report also said that the continued losses in Chattisgarh and Odisha is a "matter of concern."

The survey was covered in the area of 381,400 km of forested habitats in 20 tiger occupied states of India, where camera traps were deployed at 26,838 locations and 76,651photos of Tigers and 51,777 photos of leopards were taken.

"Tigers were observed to be increasing at rate of 6 percent per annum from 2006 to 2018. Tiger occupancy was found to be stable since 2014, though there were losses and gains at individual landscapes and state scales. This analysis suggests that loss and gain of tiger occupancy was mostly from habitat pockets that support low density populations," said the report.

Conclusion:The report also claimed that no tigers were spotted at three tiger reserves including Buxa (West Bengal), Palamu (Jharkhand) and Dampa (Mizoram). "Tiger populations of North East hills and Odisha remain critically vulnerable and need immediate conservation attention," it added.

Ensuring the functionality of habitat corridor connectivity between source populations in India and neighbouring Nepal, Bhutan, Bangladesh and Mynmar is key for long term viability of tiger population.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.