ETV Bharat / bharat

মাত্ৰাধিক প্ৰদূষণৰ কৱলত দিল্লীঃ স্বাস্থ্যজনিত জৰুৰী অৱস্থা ঘোষণা; ডাঠ ধোঁৱাই আৱৰিলে দিল্লীৰ বায়ুমণ্ডল : 1ৰ পৰা 5 নৱেম্বৰলৈ বন্ধ সকলো বিদ্যালয় - জৰুৰীকালিন পৰিস্থিতিত দিল্লীৰ বায়ুমণ্ডল

দিল্লীৰ বায়ুমণ্ডল ছানি ধৰিছে ঘন ধোঁৱাই ৷ বায়ুৰ গুণগত মানদণ্ড নিম্ন পৰ্যায়ৰ হোৱাৰ কথা ঘোষণা ৷

দিল্লীৰ বায়ু প্ৰদূষণ
author img

By

Published : Nov 2, 2019, 4:49 PM IST

নেশ্বনেল ডেস্ক, 2 নৱেম্বৰ : বায়ু প্ৰদূষণৰ সূচী (AQI) আৰু জলবায়ু গৱেষণা আৰু আগজাননী ব্যৱস্থাই (SAFAR) দেশৰ ৰাজধানী দিল্লীৰ বায়ুমণ্ডলৰ গুণগত মানদণ্ড নিম্ন পৰ্যায়ৰ হোৱাৰ কথা প্ৰকাশ কৰিছে ৷ দিল্লীৰ লোধী অঞ্চল সৰ্বাধিক প্ৰদূষিত হোৱা বুলিও তথ্য প্ৰদান কৰিছে এই সংস্থা দুটাই ৷ নৱেম্বৰৰ 1 তাৰিখে উচ্চতম ন্যায়ালয়ে বায়ু প্ৰদূষণ (প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) কৰ্তৃপক্ষক (EPCA) দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যজনিত জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷ AQI ৰ পৰিমাণ উচ্চ মাত্ৰাৰ হোৱাৰ অৰ্থ হৈছে ভয়ংকৰ পৰিমাণৰ বায়ু প্ৰদূষণ আৰু স্বাস্থ্যজনিত সমস্যা ৷

ডাঠ ধোঁৱাই আৱৰিলে দিল্লীৰ বায়ুমণ্ডল

দিল্লীবাসীয়ে বিভিন্ন শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগাৰ লগতে এলাৰ্জী জাতীয় ৰোগত ভুগিছে বুলিও তথ্য লাভ কৰা হৈছে ৷ আনহাতে, পঞ্জাৱ আৰু হাৰিয়ানাত জংঘল জ্বলোৱাৰ ফলতো দিল্লীৰ বায়ুমণ্ডল অধিক প্ৰদূষিত হৈছে ৷

বায়ু প্ৰদূষণ ৰোধ কৰিবৰ বাবে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰে নৱেম্বৰৰ 4 তাৰিখৰ পৰা 15 তাৰিখলৈ odd-even scheme কাৰ্যকৰী কৰিছে ৷

বায়ুৰ গুণগত মানদণ্ড নিম্ন পৰ্যায়ৰ
দিল্লীৰ বায়ু প্ৰদূষণ

উল্লেখ্য যে, বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱা বাবে স্বাস্থ্যজনিত জৰুৰী অৱস্থা ঘোষণা কৰাৰ লগতে দিল্লীৰ বিদ্যালয়সমূহ 1 নৱেম্বৰৰ পৰা 5 নৱেম্বৰলৈ বন্ধ ঘোষণা কৰা হৈছিল ৷

New Delhi, Nov 02 (ANI): The air quality of national capital took a hit due to a combination of firecracker emissions, stubble burning and unfavourable meteorological conditions in past few weeks. According to the Air Quality Index (AQI) data and System of Air Quality and Weather Forecasting and Research (SAFAR), major pollutants in Delhi's Lodhi Road area were PM 2.5 at 500 and PM 10 at 500 both in 'severe' category. On November 01, the Supreme Court-mandated Environment Pollution (Prevention and Control) Authority (EPCA) declared public health emergency in Delhi due to rising air pollution levels. Higher value of AQI indicates greater level of air pollution and health concern. Delhi residents have complained of a spike in respiratory problems, allergies and other health issues. The stubble burning in Punjab and Haryana makes the situation in Delhi more worse. To curb air pollution, the Arvind Kejriwal led-government in Delhi has announced the implementation of the odd-even scheme from November 04-November 15.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.