ETV Bharat / bharat

গম্ভীৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ সুষমা স্বৰাজৰ

বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে পূৱ দিল্লী লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌতম গম্ভীৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ এই সমষ্টিত গম্ভীৰৰ বিপৰীতে আম আদমী পাৰ্টীৰ হৈ আটিশি আৰু কংগ্ৰেছৰ হৈ অৰবিন্দৰ সিঙে প্ৰতিদ্বন্দিতা কৰিছে ৷

গম্ভীৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ সুষমা স্বৰাজৰ
author img

By

Published : May 6, 2019, 11:22 AM IST

নিউজ ডেস্ক, 6 মেঃ ভাৰতীয় বৈদেশিক মন্ত্ৰী পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে বিজেপিৰ পূৱ দিল্লীৰ নিৰ্বাচনী প্ৰাৰ্থী গৌতম গম্ভীৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে ৷ ৰাজধানী দিল্লীৰ গাজীপুৰ অঞ্চলত এই প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ শেহতীয়াকৈ ৰাজনীতিৰ জগতত ভৰি দিয়া ক্ৰিকেটাৰ গৰাকীয়ে জয় লাভ কৰিব বুলি আশীৰ্বাদ প্ৰদান কৰি সুষমা স্বৰাজে মন্তব্য কৰে যে, বহুকেইটা নিৰ্বাচনী পৰ্যায় শেষ হৈছে আৰু ফলাফলো সুনিশ্চিত যে নৰেন্দ্ৰ মোডীয়েই আকৌ প্ৰধানমন্ত্ৰী হ'ব ৷

গম্ভীৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ সুষমা স্বৰাজৰ

উল্লেখ্য যে, বিজেপিয়ে পূৱ দিল্লী লোকসভা সমষ্টিৰ বাবে মহেশ গিৰীৰ পৰিৱৰ্তে গৌতম গম্ভীৰক টিকেট প্ৰদান কৰিছে ৷ এই সমষ্টিত গম্ভীৰৰ বিপৰীতে আম আদমী পাৰ্টীৰ হৈ আটিশি আৰু কংগ্ৰেছৰ হৈ অৰবিন্দৰ সিঙে প্ৰতিদ্বন্দিতা কৰিছে ৷

Ahmedabad (Gujarat), May 06 (ANI): An Anti-Terrorism Squad team on May 5 apprehended a criminal, who is accused in several cases of murder, extortion and robbery. The accused was arrested from a forest in Gujarat's Botad district. On receiving a tip-off that accused Jusab Allarakha was hiding in the forest in Botad district, the Gujarat ATS constituted a five-member team, which included four women personnel. Allarakha is wanted in several cases in different cities and districts, adding that he jumped parole in June last year.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.