ETV Bharat / bharat

সুশান্ত সিং ৰাজপুত ঘটনাঃ মুম্বাই অভিমুখে ৰাওনা চি বি আইৰ দল - উচ্চতম ন্যায়ালয়

মুম্বাই যাবলগীয়া দলক নেতৃত্ব দিব চি বি আইৰ আৰক্ষী অধীক্ষক নুপুৰ প্ৰসাদে ৷ ক'ভিড-19 সম্বন্ধীয় মেডিকেল ৰিপৰ্ট লগত লৈ তেওঁ মুম্বাইত উপস্থিত হ‘ব ৷ যিটো কাৰণৰ কিছুদিন পূৰ্বে বিহাৰ আৰক্ষীৰ দলে মুম্বাইত সমস্যাৰ সন্মুখীন হ‘বলগীয়া হৈছিল ৷

Sushant Singh Rajput case: CBI team to reach Mumbai Monday evening
সুশান্ত সিং ৰাজপুত ঘটনাঃ মুম্বাই অভিমুখে ৰাওনা চিবিআইৰ দল
author img

By

Published : Aug 20, 2020, 7:30 PM IST

নিউজ ডেস্ক, 20 আগষ্ট : প্ৰয়াত বলিউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ তদন্তৰ দায়িত্ব বুধবাৰে উচ্চতম ন্যায়ালয়ে চি বি আইক প্ৰদান কৰাৰ পাছত চি বি আইৰ বিশেষ তদন্তকাৰী দল মুম্বাই অভিমুখে ৰাওনা হ‘ব ৷

চি বি আইৰ সুত্ৰৰ মতে, বৃহস্পতিবাৰে সন্ধিয়া ভাগত এচ আই টিৰ দল মুম্বাই অভিমুখে ৰাওনা হোৱাৰ সম্ভাৱনা আছে আৰু এই দলে সম্ভৱত একেদিনাই মুম্বাইত উপস্থিত হৈ তদন্তৰ প্ৰাৰম্ভিক দায়িত্ব নিজৰ হাতলৈ আনিব ৷

সুত্ৰৰ পৰা জানিব পৰা অনুসৰি, মুম্বাই যাবলগীয়া দলক নেতৃত্ব দিব চি বি আইৰ আৰক্ষী অধীক্ষক নুপুৰ প্ৰসাদে ৷ ক'ভিড-19 সম্বন্ধীয় মেডিকেল ৰিপৰ্ট লগত লৈ তেওঁ মুম্বাইত উপস্থিত হ‘ব দলটো ৷ যিটো কাৰণৰ কিছুদিন পূৰ্বে বিহাৰ আৰক্ষীৰ দলে মুম্বাইত সমস্যাৰ সন্মুখীন হ‘বলগীয়া হৈছিল ৷

চি বি আইৰ দলে মুম্বাই আৰক্ষীৰ পৰা সুশান্তৰ আত্মহত্যা সংক্ৰান্তীয় সকলো নথি সংগ্ৰহ কৰাৰ লগতে উক্ত ঘটনাৰ তদন্ত কৰা বিষয়াসকলকো সাক্ষাৎ কৰিব ৷

লগতে পঢ়ক : অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসকলৈ ভাবুকি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.