ETV Bharat / bharat

বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা নিদিয়াকৈ উত্তীৰ্ণ হ'ব নোৱাৰে শিক্ষাৰ্থী : উচ্চতম ন্যায়ালয়

বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক পৰীক্ষা নিদিয়াকৈ উত্তীৰ্ণ কৰি নোৱাৰে বুলি শুকুৰবাৰে ঘোষণা কৰে উচ্চতম ন্যায়ালয়ে ৷ ৰাজ্যসমূহে ছাত্ৰসকলৰ পৰীক্ষা অনুষ্ঠিত কৰাটো বাধ্যতামূলক ৷

Students cannot be promoted without University final year exams: SC
বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত ৰায়দান উচ্চতম ন্য়ায়ালয়ৰ
author img

By

Published : Aug 28, 2020, 11:55 AM IST

নেশ্যনেল ডেক্স, 28 আগষ্টঃ বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক পৰীক্ষা নিদিয়াকৈ উত্তীৰ্ণ কৰিব নোৱাৰে বুলি শুকুৰবাৰে ঘোষণা কৰে উচ্চতম ন্যায়ালয়ে ৷ শীৰ্ষ আদালতে বিশ্ববিদ্যালয় অনুদান আয়োগক 30 চেপ্তেম্বৰলৈ বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

উচ্চতম ন্যায়ালয়ে কয় যে, ৰাজ্যসমূহে ছাত্ৰসকলৰ পৰীক্ষা অনুষ্ঠিত কৰাটো বাধ্যতামূলক ৷ কেৱল দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত মহামাৰীক লক্ষ্য কৰিহে কোনো ৰাজ্যই পৰীক্ষা পিছুৱাব পাৰে ৷ কিন্তু এইক্ষেত্ৰত বিশ্ববিদ্যালয় অনুদান আয়োগৰ সৈতে তাৰিখ পুনঃনিৰ্ধাৰণৰ বাবে মতামত গ্ৰহণ কৰিব লাগিব ৰাজ্যসমূহে ৷

লগতে পঢ়ক-এয়াৰটেলৰ উপভোক্তাসকলৰ বাবে দুঃখবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.