ETV Bharat / bharat

বিহাৰ বানপানীঃ পুখুৰীত পৰি কৰুণ মৃত্যু ছয় কিশোৰৰ

author img

By

Published : Jul 28, 2019, 8:18 PM IST

Updated : Jul 28, 2019, 10:51 PM IST

বিহাৰৰ ছাপৰা জিলাত সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷ দেওবাৰে সমনীয়াৰ সৈতে পুখুৰীত জলকেলি কৰি থকা অৱস্থাত সলিল সমাধি ঘটে কিশোৰকেইটাৰ ৷

বিহাৰ বানপানীঃ পুখুৰীত পৰি কৰুন মৃত্যু ছয় কিশোৰৰ

নিউজ ডেস্ক, 28 জুলাইঃ সমগ্ৰ বিহাৰত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে দেওবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ ৰাজ্যখনৰ ছাপৰা জিলাত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ৷ 10গৰাকীকৈ কিশোৰে খেলি থকা অৱস্থাত পুখুৰীৰ পানীত পৰি মৃত্যু ঘটে ছয়টাকৈ কিশোৰৰ ৷ ঘটনাস্থলীত এনডিআৰএফ বাহিনীৰ দল উপস্থিত হৈ আটাইকেইটা কিশোৰৰ নিথৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আনহাতে তিনিগৰাকী কিশোৰক সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰাৰ বিপৰীতে বৰ্তমানেও সন্ধানহীন হৈ আছে এগৰাকী কিশোৰৰ মৃতদেহ ৷ জিলাখনৰ ইছুআপুৰ থানাৰ অন্তৰ্গত ডোইলা গাঁৱত দেওবাৰে দিনৰ ভাগত সংঘটিত হয় এই ঘটনা ৷

Intro:Body:

Conclusion:
Last Updated : Jul 28, 2019, 10:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.