ETV Bharat / bharat

পুণেত দ-খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ

author img

By

Published : Nov 25, 2019, 4:07 PM IST

দ-খাৱৈত বাগৰি পৰিল 40-50 জন যাত্ৰীয়ে যাত্ৰা কৰি থকা যাত্ৰীবাহী বাছ ৷ উদ্ধাৰ অভিযান অব্যাহত ৷

পুণে

নিউজ ডেস্ক, 25 নৱেম্বৰঃ সোমবাৰে মহাৰাষ্ট্ৰৰ পুণেৰ সমীপৰ কাটৰাজ ঘাটত সংঘটিত হয় বাছ দুৰ্ঘটনা ৷ প্ৰাথমিক তথ্য অনুসৰি পুণেৰ পৰা চাতাৰা অভিমুখী ৰাজ্যিক পৰিবহন বিভাগৰ বাছখন 50 ফুট দ-খাৱৈত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷

দ-খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ

তথ্য অনুসৰি পুণেৰ পৰা চাতাৰা অভিমুখি বাছ খনে কাটৰাজ সুৰংগ পাৰ হোৱা পাচতেই এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ ইপিনে 40-50 জন যাত্ৰীয়ে বাছ খনত যাত্ৰা কৰি আছিল বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ৷

Intro:पुण्याजवळील कात्रज घाटात एसटी बस 50 फूट खोल दरीत कोसळली..बसमध्ये 40 ते 50 प्रवाशी असल्याची प्राथमिक माहिती...बचावकार्य सुरू

पुण्याहून सातार्‍याच्या दिशेने निघालेली परिवहन 5महामंडळाची शिवशाही बस कात्रज घाटात पन्नास फूट खोल दरीत कोसळून अपघात झालाय. सोमवारी दुपारच्या सुमारास हा अपघात झाला या अपघातात एकूण 40 ते 50 प्रवाशी असल्याची प्राथमिक माहिती आहे अपघाताची माहिती मिळताच अग्निशमन दलाचे जवान पोलिसांच्या गाड्या घटनास्थळी रवाना झाल्या आहेत

प्राथमिक माहितीनुसार ही बस पुणे ते सांगली होते पुण्याहून निघाल्यानंतर कात्रज बोगदा ओलांडल्यानंतर शिंदेवाडी जवळ चालकाचा बसवरील ताबा सुटला आणि ही बस पन्नास फूट खोल दरीत कोसळली बसमध्ये 40 ते 50 प्रवासी असल्याची ही प्राथमिक माहिती आहे. पोलीस आणि अग्निशमन दलाचे जवान घटनास्थळी दाखल होत असून

Body:...Conclusion:...
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.