ETV Bharat / bharat

অসমীয়া ভাষাত উপলব্ধ হ'ব উচ্চতম ন্যায়ালয়ৰ শুনানি

author img

By

Published : Jul 4, 2019, 12:12 PM IST

সৰ্বমুঠ 6 টা ভাষাত শীঘ্ৰে উপলব্ধ হ'ব উচ্চতম ন্যায়ালয়ৰ শুনানি

অসমীয়া ভাষাত উপলব্ধ হ'ব উচ্চতম ন্যায়ালয়ৰ শুনানি

দিল্লী, 4 জুলাইঃ শীঘ্ৰে 6 টা ভাষাত উপলব্ধ হ'ব উচ্চতম ন্যায়ালয়ৰ শুনানি ৷ জুলাইৰ অন্তিমটো সপ্তাহত উচ্চতম ন্যায়ালয়ৰ ৱেবচাইটত উপলব্ধ হ’ব 6 টা ভাষাৰ শুনানিৰ অনুবাদ ৷

ৱেবচাইটত উপলব্ধ হ’বলগা ভাষা কেইটা ক্ৰমে হিন্দী, তেলেগু, অসমীয়া, কানাডা, মাৰাঠী আৰু ওড়িয়া ৷

2017 বৰ্ষত কোচীত অনুষ্ঠিত হোৱা এক কনফাৰেঞ্চত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উচ্চতম ন্যায়ালয়ৰ শুনানি বহুভাষিক কৰাৰ বিষয়টো উত্থাপন কৰিছিল ৷ ইয়াৰ জৰিয়তে non-english ভাষিক লোক লাভৱান হোৱাৰ বাবে এই প্ৰস্তাৱ আগবঢ়াইছিল ৰাষ্ট্ৰপতি কোবিন্দে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.