ETV Bharat / bharat

কেজৰিৱালে বিছৰা পৰামৰ্শৰ প্ৰতি জনতাৰ সঁহাৰি - লক ডাউন শিথিল কৰণ

দিল্লী চৰকাৰলৈ মঙলবাৰে লক্ষাধিক পৰামৰ্শ অহা বুলি জনাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । অধিকাংশ পৰামৰ্শতে লক ডাউনৰ সময়সীমা 17 মে'ৰ পাচত বৃদ্ধি কৰাৰ কথা উল্লেখ আছে ।

কেজৰিৱালে বিছৰা জনতাৰ পৰামৰ্শৰ প্ৰতি জনতাৰ সহাৰি

author img

By

Published : May 13, 2020, 1:44 PM IST

নিউজ ডেস্ক, 13 মে': দিল্লী চৰকাৰে লক ডাউন শিথিল কৰা সন্দৰ্ভত জনতাৰ পৰা পৰামৰ্শ বিচাৰিছিল । পৰামৰ্শ বিছৰাৰ কেইঘণ্টামানৰ পাচতে লক্ষাধিক পৰামৰ্শ আহিছে । প্ৰায় তিনি লাখ মেছেজ, 5000 ই মেইল আৰু 25,000 ফন কল ৰেকেৰ্ড কৰাৰ কথা জনাইছে অৰবিন্দ কেজৰিৱালে ।

অধিকাংশ পৰামৰ্শতে লক ডাউনৰ সময়সীমা 17 মে'ৰ পাচত বৃদ্ধি কৰাৰ কথা উল্লেখ আছে । কিন্তু এই ক্ষেত্ৰত কিছু শিথিলতা দিয়াৰ কথাও উল্লেখ কৰিছে ।

কেজৰিয়ালে কয় যে, লক্ ডাউন সম্পৰ্কে জনতাৰ কি ৰায় সেই বিষয়ে জানিব বিছাৰিছিলে দিল্লীৰ চৰকাৰে ।

কেজৰিয়ালে সকলো জনতাকে মাস্ক পিন্ধা, সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে আন আন নিয়ম সমূহ মানি চলিবলৈ আহ্বান জনাইছে ।

জনতাৰ পৰা লক ডাউন সম্পৰ্কে মতামত বিচাৰি কেজৰিয়ালে WhatsAppৰ বাবে 8800007722 , ফোনৰ বাবে 1031 আৰু delhicm.suggestions@gmail.com ইমেইল আইডি মুকলি কৰি দিছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.