ETV Bharat / bharat

তামিলনাডুত শোকাৱহ পথ দুৰ্ঘটনা, নিহত 6 - নামাক্কল জিলা

তামিলনাডুত এক শোকাৱহ পথ দুৰ্ঘটনাত নিহত হ’ল 6 গৰাকী কৰ্মচাৰী ৷ ইয়াৰে 4 গৰাকী হৈছে বিহাৰ কৰ্মচাৰী ৷

Road accident at Tamilnadu
তামিলনাডুত শোকাৱহ পথ দুৰ্ঘটনা, নিহত 6
author img

By

Published : Mar 14, 2020, 10:06 AM IST

নিউজ ডেস্ক, 14 মাৰ্চ: তামিলনাডুত শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত নিহত হয় 6 গৰাকী লোক ৷ ইয়াৰে 4 গৰাকী হৈছে বিহাৰ কৰ্মচাৰী ৷ শনিবাৰে পুৱা ইটা কঢ়িওৱা এখন টাটা ছুম’ গাড়ীত 6 গৰাকী লোকক কঢ়িয়াই আনি থকা অৱস্থাতেই ট্ৰাকৰ সৈতে মখামুখি সংঘৰ্ষ হয় বাহনখন ৷

তামিলনাডুত শোকাৱহ পথ দুৰ্ঘটনা

তামিলনাডুৰ নামাক্কল জিলাত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো ৷ য’ত থিতাতে নিহত হয় বাহনখনত থকা 6 গৰাকীকৈ লোক ৷ ইয়াৰে ধৰ্ম, বাবলু, কুমাৰ, সতীশ হৈছে বিহাৰৰ কৰ্মচাৰী ৷ ঘটনাস্থলীত নামাক্কল পুলিছ আৰক্ষী অধীক্ষক আৰুলাৰাছু উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷ বৰ্তমানো দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷

লগতে চাওক- 82 লৈ বৃদ্ধি ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.