ETV Bharat / bharat

আইচ'লেছন ৱাৰ্ডৰ আৰ্হিত নিৰ্মাণ হ'ব ৰেলৰ দবা - Indian RAILWAYS

ভাৰতীয় ৰেলৱে'ৰ এক অনন্য প্ৰয়াস ৷ কৰ'ণা ভাইৰাছত আক্ৰান্তৰ বাবে ৰেলৰ দবাক আইচ'লেছন ৱাৰ্ডলৈ পৰিৱৰ্তিত কৰাৰ আৰ্হি প্ৰস্তুত ৷

আইচ'লেছন ৱাৰ্ডৰ আৰ্হিত নিৰ্মাণ হ'ব ৰেলৰ দবা

author img

By

Published : Mar 28, 2020, 7:59 PM IST

নেশ্যনেল ডেস্ক, 28 মাৰ্চ : শনিবাৰে ভাৰতীয় ৰেল বিভাগে জানিবলৈ দিয়া অনুসৰি, কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ বাবে আইচ'লেছন ৱাৰ্ডৰ দৰে ৰেলৰ দবা নিৰ্মাণৰ আৰ্হি তৈয়াৰ কৰি উলিয়াইছে ৷

প্ৰতি সপ্তাহত 10 টাকৈ দবা ভাৰতীয় ৰেলৱে' সংমণ্ডলে প্ৰস্তুত কৰি উলিয়াব ৷

ইয়াৰ পাচত যি অঞ্চলত ইয়াৰ প্ৰয়োজন হ'ব সেই অঞ্চলত এনে ৰেলৰ দবা প্ৰদান কৰা হ'ব - এই মন্তব্য উত্তৰ ৰেলৱে'ৰ মুখপাত্ৰ দিপক কুমাৰৰ ৷

এটা দবাত 10 টাকৈ আইচ'লেছন ৱাৰ্ড থাকিব বুলি জনোৱা হৈছে ৷

ইয়াৰোপৰি, প্ৰতিটো কৰ্পাৰ্টমেন্টত 220 ভল্টৰ বৈদুত্যিক সা-সৰঞ্জাম প্ৰদান কৰা হৈছে ৷

দবাসমূহত থকা চাৰিটা শৌচাগাৰক দুটাকৌ গা-ধোৱা ঘৰলৈ পৰিৱৰ্তিত কৰা হৈছে ৷

প্ৰতিটো গা-ধুৱা ঘৰত থাকিব হাত ধুব পৰা ছাৱাৰ, এটা বাকেট আৰু এটা মগ ৷

ইয়াৰোপৰি, ইয়াত থাকিব মেডিকেল ষ্টোৰ, আইচিইউ আৰু কেন্টিন ৷

ICF non-AC coach ৰ কামাখ্যা গুৱাহাটীৰ ৰেলতো এনে ব্য়ৱস্থা গ্ৰহণৰ প্ৰচেষ্টা অব্যাহত আছে ৷

আৰু পঢ়ক :

বিদেশত আৱদ্ধ ভাৰতীয় : ভাৰতীয় উচ্চায়ুক্তৰ উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.