নিউজ ডেস্ক,26 অক্টোবৰ : ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাস আক্ৰান্ত হৈছে ক’ভিড-19ত ৷ সম্প্ৰতি তেওঁ আইশ্ব’লেচনত থাকিয়েই বেংকৰ কাম-কাজসমূহ নিয়মীয়াকৈ পৰিচালনা কৰিব ৷ দেওবাৰে এই কথা উল্লেখ কৰে গৱৰ্ণৰ গৰাকীয়ে ৷
ইয়াৰ লগতে গৱৰ্ণৰ দাসে তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ৷
উল্লেখ্য যে,63 বৰ্ষীয় আৰবিআই গৱৰ্ণৰ গৰাকীয়ে অৰ্থব্যৱস্থা আৰু বিত্তীয় বজাৰক উন্নত স্থিতিত বৰ্তাই ৰাখিবলৈ লকডাউনৰ সময়ছোৱাতো অধিক সক্ৰিয় হৈ আছিল ৷
-
I have tested COVID-19 positive. Asymptomatic.Feeling very much alright.Have alerted those who came in contact in recent days.Will continue to work from isolation. Work in RBI will go on normally. I am in touch with all Dy. Govs and other officers through VC and telephone.
— Shaktikanta Das (@DasShaktikanta) October 25, 2020 " class="align-text-top noRightClick twitterSection" data="
">I have tested COVID-19 positive. Asymptomatic.Feeling very much alright.Have alerted those who came in contact in recent days.Will continue to work from isolation. Work in RBI will go on normally. I am in touch with all Dy. Govs and other officers through VC and telephone.
— Shaktikanta Das (@DasShaktikanta) October 25, 2020I have tested COVID-19 positive. Asymptomatic.Feeling very much alright.Have alerted those who came in contact in recent days.Will continue to work from isolation. Work in RBI will go on normally. I am in touch with all Dy. Govs and other officers through VC and telephone.
— Shaktikanta Das (@DasShaktikanta) October 25, 2020
কৰ’ণা মহামাৰীয়ে প্ৰভাৱ পেলোৱা ভাৰতৰ নিম্নগামী আৰ্থিক ব্যৱস্থাক পুনৰুজ্জীৱিত কৰিবলৈ গৱৰ্ণৰ দাসে পৰম্পৰাগত আৰু অপৰম্পৰাগত দুয়োপ্ৰকাৰৰ মুদ্ৰা নীতিৰ প্ৰয়োগ কৰে ৷
লগতে পঢ়ক : মোহন ভাগৱতৰ সংঘৰ প্ৰতিষ্ঠা দিৱস আৰু বিজয়া দশমীৰ ভাষণৰ শলাগ ৱাছিম ৰিজৱীৰ