ETV Bharat / bharat

পদ্মবিভূষণ ৰামোজী ৰাওৱে মুকলি কৰিলে গান্ধীজীৰ 150 সংখ্যক জন্মজয়ন্তী উপলক্ষে বিশেষ গীতৰ ভিডিঅ'

author img

By

Published : Oct 1, 2019, 9:05 PM IST

Updated : Oct 2, 2019, 7:24 AM IST

জাতিৰ পিতা মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্মজয়ন্তী উপলক্ষ্যে ETV BHARAT পৰিয়ালৰ তৰফৰ পৰা বিশেষ শ্ৰদ্ধাঞ্জলী জনোৱা হৈছে ৷ দেশক স্বাধীনতা দিবলৈ তেখেতে কৰা ত্যাগৰ প্ৰতি সন্মান জনাই বাপুজীৰ 150 বছৰীয়া জন্মদিনৰ প্ৰাকক্ষণত আমি প্ৰস্তুত কৰি উলিয়াইছো এটা বিশেষ গীতৰ ভিডিঅ ৷

পদ্মবিভূষণ ৰামজী ৰাওৱে মুকলি কৰিলে গান্ধীজীৰ 150 সংখ্যক জন্মজয়ন্তী উপলক্ষ্যে বিশেষ গীতৰ ভিডিঅ

দেশৰ 13টা আঞ্চলিক ভাষাত প্ৰস্তুত কৰা হৈছে এই বিশেষ গীটতো ৷ য'ত কণ্ঠদান কৰিছে প্ৰতিখন ৰাজ্যৰ এগৰাকীকৈ বিশিষ্ট শিল্পীয়ে ৷ গীতটোৰ দৃশ্যগ্ৰহণো কৰা হৈছে প্ৰতিখন ৰাজ্যৰ কেতবোৰ নিৰ্বাচিত মনোমোহা স্থানত ৷ গীতটোৰ অসমীয়া অংশত কণ্ঠদান কৰিছে ৰাজ্য়ৰ বিশিষ্ট শিল্পী পুলক বেনাৰ্জীয়ে ৷

জাতিৰ পিতা গৰাকীৰ 150 বছৰীয়া জন্মজয়ন্তীৰ প্ৰাকক্ষণত দেশৰ 13টা ভাষাত নিৰ্মিত এই বিশেষ গীতটোৰ ভিডিঅ আনুষ্ঠানিকভাৱে মুকলি কৰিলে ETV BHARAT পৰিয়ালৰ মুৰব্বী পদ্মবিভূষণ ৰামোজী ৰাওৱে..

পদ্মবিভূষণ ৰামজী ৰাওৱে উদ্ধোধন কৰিলে গান্ধীজীৰ 150 সংখ্যক জন্মজয়ন্তীৰ বিশেষ গীতৰ ভিডিঅ

Intro:Body:

RAMOJI RAO ON GANDHI'S 150TH BIRTH ANNIVERSARY

Conclusion:
Last Updated : Oct 2, 2019, 7:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.