ETV Bharat / bharat

ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত ১৮ জুলাইত বিশেষ বৈঠক ট্ৰাষ্টৰ

author img

By

Published : Jul 4, 2020, 11:43 AM IST

ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত তথা বিভিন্ন প্ৰকল্প সন্দৰ্ভত আলোচনা কৰাৰ বাবে আগন্তুক ১৮ জুলাইত ৰাম মন্দিৰ ন্যাসৰ এখন বিষেশ বৈঠকৰ আহ্বান কৰা হৈছে বুলি জানিবলৈ দিয়ে শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পাট ৰায়ে ।

ৰাম মন্দিৰ
ৰাম মন্দিৰ

নিউজ ডেস্ক, ৪ জুলাইঃ ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত ১৮ জুলাইত অযোধ্যা ৰাম মন্দিৰ ন্যাসে অনুষ্ঠিত কৰিব এখন বিশেষ বৈঠক । ৰাম মন্দিৰ নিৰ্মাণ কাৰ্যত চোৱাচিতা কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত গঠন কৰা হৈছিল এই ৰাম মন্দিৰ ন্যাসে ।

ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত ১৮ জুলাইত বিশেষ বৈঠক ট্ৰাষ্টৰ

আনহাতে,শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পাট ৰায়ে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে যে, ১৮ জুলাইত অনুষ্ঠিত হ'বলগীয়া বৈঠকত ট্ৰাষ্ট্ৰৰ সকলো সদস্যক এই বৈঠকলৈ আমন্ত্ৰণ কৰা হ'ব । আৰু সম্ভৱত সকলো সদস্য এই বৈঠকত অংশ গ্ৰহণ কৰিব। ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভতে এই বৈঠকত আলোচনা কৰা হ'ব বুলিও উল্লেখ কৰে । তাৰোপৰি বৈঠকত মন্দিৰৰ স্তম্ভ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ নিৰ্ণয় লোৱা সম্ভৱনা থকা বুলিও আভাষ দিয়ে চম্পাট ৰায়ে ।

উল্লেখ্য যে,এই ট্ৰাষ্টৰ মহন্ত নৃত্য গোপাল দাসে সভাপতি হিচাপে দায়িত্ব লাভ কৰাৰ উপৰিও প্ৰধানমন্ত্ৰীৰ প্ৰাক্তন সচিব নিৰপেন্দ্ৰ মিশ্ৰ,অতিৰিক্ত কেন্দ্ৰীয় গৃহ সচিব জ্ঞানেশ কুমাৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অৱনীশ অৱাস্থীসহ কেইবা গৰাকীও বিশিষ্ট ব্যক্তি সদস্যৰূপে অন্তৰ্ভুক্ত ।

লগতে চাওকঃ অন্ধ প্ৰদেশত নতুনকৈ 837 গৰাকীৰ দেহত COVID-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.