ETV Bharat / bharat

অসমৰ এনআৰচি দলক প্ৰশংসা ৰাম মাধৱৰ

author img

By

Published : Aug 31, 2019, 9:00 PM IST

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে অসমত শনিবাৰে প্ৰকাশ পোৱা চূড়ান্ত এনআৰচি সম্পৰ্কত মন্তব্য আগবঢ়াইছে ৷ এই সম্পৰ্কত মাধৱে কয় যে, শেহতীয়াকৈ এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ পালে ৷ 19 লাখ লোক এতিয়াও স্থান লাভৰ বাবে অপেক্ষাৰত ৷ আইন ব্যৱস্থা ৰক্ষাৰ বাবে অসমৰ সোণোৱাল চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

অসমৰ এনআৰচি দলক প্ৰশংসা ৰাম মাধৱৰ

নেশ্বনেল ডেস্ক, 31 আগষ্ট : বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে অসমত শনিবাৰে প্ৰকাশ পোৱা চূড়ান্ত এনআৰচি সম্পৰ্কত মন্তব্য আগবঢ়াইছে ৷ এই সম্পৰ্কত মাধৱে কয় যে, শেহতীয়াকৈ এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ পালে ৷ 19 লাখ লোক এতিয়াও স্থান লাভৰ বাবে অপেক্ষাৰত ৷ আইন ব্যৱস্থা ৰক্ষাৰ বাবে অসমৰ সোণোৱাল চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে, শনিবাৰে এনআৰচি প্ৰকাশ পোৱাৰ পাছতে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই মন্তব্য কৰিছিল যে, সৰ্বমুঠ 3 কোটি লোকে চূড়ান্ত তালিকাত স্থান লাভ কৰিছে ৷ ইয়াৰোপৰি, যিসকলে এই তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকে বিদেশী ন্যায়াধিকৰণৰ ওচৰত আহ্বান জনাব পাৰিব ৷

এই তালিকাৰ জৰিয়তে ভাৰতীয় নাগৰিক সকলক বিদেশীৰ পৰা পৃথক কৰিব পাৰিব ৷ 1971 চনৰ পাছত বাংলাদেশৰ পৰা অনুপ্ৰৱেশ ঘটোৱা সকলক এই তালিকাত অন্তৰ্ভূক্ত কৰা নহয় ৷

উল্লেখ্য যে, অসমত প্ৰথমবাৰৰ বাবে 1951 চনত এনআৰচি প্ৰকাশ কৰা হৈছিল ৷ ইয়াৰ পাছতে 2018 চনৰ 30 জুলাইত এনআৰচিৰ খচৰা প্ৰকাশ পাইছিল ৷ কিন্তু এই তালিকাত 40.7 লাখ লোকে স্থান লাভ কৰিবলৈ সক্ষম নোহোৱাৰ পাছতে বিতৰ্কৰ সৃষ্টি হৈছিল ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.