ETV Bharat / bharat

ৰাজ্যসভাত গৃহ মন্ত্ৰী অমৃত শ্বাহৰ অনুচ্ছেদ 370 সংশোধনীৰ প্ৰস্তাৱ - ৰাজ্যসভা]

ৰাজ্যসভাত গৃহ মন্ত্ৰী অমৃত শ্বাহৰ অনুচ্ছেদ 370 সংশোধনীৰ প্ৰস্তাৱ, উত্তাল ৰাজ্যসভা, জম্মু কাশ্মীৰক পুনৰ গঠন কৰি পৰিবৰ্তন কৰা হ'ব কেন্দ্ৰীয় শাসিত অঞ্চললৈ

ৰাজ্যসভাত গৃহ মন্ত্ৰী অমৃত শ্বাহৰ অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ প্ৰস্তাৱ
author img

By

Published : Aug 5, 2019, 12:02 PM IST

নতুন দিল্লী, 5 আগষ্টঃ

অনুচ্ছেদ 370 ক লৈ উত্তাল ৰাজ্যসভা ৷

ৰাজ্যসভাত গৃহ মন্ত্ৰী অমৃত শ্বাহৰ অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ প্ৰস্তাৱ ৷

ইয়াৰোপৰি অনুচ্ছেদ 35 ( A ) প্ৰত্যাহাৰৰ প্ৰস্তাৱ ৷

জম্মু কাশ্মীৰক পুনৰ গঠন কৰি কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিবৰ্তন কৰা হ'ব ৷

অনুচ্ছেদ 370 ৰ জৰিয়তে জম্মু কাশ্মীৰক দিয়া হৈছিল বিশেষ ৰাজ্যৰ মৰ্যদা ৷

অনুচ্ছেদ 35 ( A ) ৰ দ্বাৰা জম্মু কাশ্মীৰক প্ৰদান কৰা হৈছিল বিশেষ ক্ষমতা যাৰ জৰিয়তে বিধানমণ্ডল, নিজা সংবিধান,আদি ক্ষমতা প্ৰদান কৰা হৈছে ৷

Intro:Body:

জম্মু কাশ্মিৰত থকা দুয়োটা বিশেষ অনুচ্ছেদ প্ৰত্যাহাৰৰ সিদ্ধান্ত

ৰাজ্যসভাত 370 অনুচ্ছেদ প্ৰত্যাহাৰৰ প্ৰস্তাৱ গৃহমন্ত্ৰীৰ

35(A) প্ৰত্যাহাৰৰ প্ৰস্তাৱ

জম্মু-কাশ্মীৰ পুনৰ গঠন বিধেয়ক উত্থাপন

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.