ETV Bharat / bharat

বিভাগীয় বিষয়াৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠক

author img

By

Published : Jun 1, 2019, 7:27 PM IST

প্ৰতিৰক্ষা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰীপদ যেশো নায়ক, সেনা প্ৰধান বিপিন ৰাৱট, বায়ু সেনাৰ চীফ মাৰ্চেল বি এচ ধানোৱা আৰু নৌসেনাৰ চীফ এডমাইৰেল কৰমবীৰৰ সিঙৰ সৈতে শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰণালয়ত বৈঠকত মিলিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷

প্ৰতিৰক্ষা বিভাগৰ দায়িত্বত থকা বিষয়াৰ সৈতে ৰাজনাথ সিঙৰ বৈঠক

নতুন দিল্লী, 1 জুন : প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ দায়িত্ব লৈয়েই দেশৰ প্ৰতিৰক্ষা বিভাগৰ দায়িত্বত নিয়োজিত বিষয়াৰ সৈতে বৈঠকত মিলিত ৰাজনাথ সিং৷

প্ৰতিৰক্ষা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰীপদ যেশো নায়ক, সেনা প্ৰধান বিপিন ৰাৱট, বায়ু সেনাৰ চীফ মাৰ্চেল বি এচ ধানোৱা আৰু নৌসেনাৰ চীফ এডমাইৰেল কৰমবীৰৰ সিঙৰ সৈতে শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰণালয়ত বৈঠকত মিলিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷

প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব লৈয়েই শনিবাৰে নেশ্বনেল ৱাৰ মেম'ৰিয়েলত বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনায় ৰাজনাথ সিঙে৷

rajnath singh's  meeting with defence personality

প্ৰতিৰক্ষা বিভাগৰ দায়িত্বত থকা বিষয়াৰ সৈতে ৰাজনাথ সিংৰ বৈঠক

নতুন দিল্লী, 1 জুন : প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দায়িত্ব লৈয়েই দেশৰ প্ৰতিৰক্ষা বিভাগৰ দায়িত্বত নিয়োজিত বিষয়াৰ সৈতে বৈঠকত মিলিত ৰাজনাথ সিং৷

প্ৰতিৰক্ষা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰীপদ যেশো নায়ক, সেনাৰ চিফ জেনেৰেল বিপিন ৰাৱট, বায়ু সেনাৰ চীফ মাৰ্চেল বি এচ ধানোৱা আৰু নৌসেনাৰ চীফ এডমাইৰেল কৰমবীৰৰ সিঙৰ সৈতে শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ত বৈঠকত মিলিত হয় নৱ নিয়োজিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷

প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব লৈয়েই শনিবাৰে নেশ্বনেল ৱাৰ মেমৰিয়েলত বীৰ শ্বহীদক প্ৰাৰ্থনা জনায় ৰাজনাথ সিঙে৷
singhraj_v4SK4O3.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.