ETV Bharat / bharat

ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ 2020–21 বৰ্ষৰ নামভৰ্তি ঘোষণা - আৰ.জি.ইউ.এম.পি.ই.টি.

ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ে নিজৰ আনুষ্ঠানিক ৱেব চাইটত সোমবাৰে 2020- 21 শৈক্ষিক বৰ্ষৰ বাবে বিভিন্ন স্নাতকোত্তৰ (পি.জি),স্নাতক (ইউ.জি), ডিপ্লোমা আৰু প্ৰমাণপত্ৰ পাঠ্যক্ৰমত নামভৰ্তিৰ কথা ঘোষণা কৰে ৷

Rajiv Gandhi University Admission Announced
ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ 2020–21 বৰ্ষৰ নামভৰ্তি ঘোষণা
author img

By

Published : Nov 17, 2020, 8:11 PM IST

নিউজ ডেস্ক, 17 নৱেম্বৰ : ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ে 2020-21 শৈক্ষিক বৰ্ষৰ বাবে বিভিন্ন স্নাতকোত্তৰ (পি.জি), স্নাতক (ইউ.জি), ডিপ্লোমা আৰু প্ৰমাণপত্ৰ পাঠ্যক্ৰমত নামভৰ্তিৰ কথা নিজৰ আনুষ্ঠানিক ৱেব চাইটত সোমবাৰে ঘোষণা কৰিছে ৷

Rajiv Gandhi University Admission Announced
ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ 2020–21 বৰ্ষৰ নামভৰ্তি ঘোষণা

জাৰি কৰা জাননী অনুসৰি,ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ত শিক্ষা বৰ্ষ 2020-21-ৰ বাবে যোগ্যতাৰ ভিত্তিত বিভিন্ন পি.জি/ইউ.জি./ ডিপ্ল'মা/ প্ৰমাণপত্ৰ পাঠ্যক্ৰমত নামভৰ্তি কৰোৱা হ‘ব ৷

শিক্ষাৰ্থীসকলক তেওঁলোকৰ আবেদনবোৰ জাননীত দিয়া বিৱৰণী অনুসৰি বিশ্ববিদ্যালয়ৰ ৱেবছাইট- www.rgu.ac.in ত দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে ৷

জাননী অনুসৰি,চমু তালিকাভুক্ত হোৱা শিক্ষাৰ্থীসকলক বিশ্ববিদ্যালয় সমিতিয়ে ব্যক্তিগত সাক্ষাৎকাৰৰ বাবে ফোন কৰিব। সাক্ষাৎকাৰৰ তাৰিখবোৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ সাধাৰণ প্ৰৱেশিকা পৰীক্ষা (আৰ.জি.ইউ.চি.ই.টি.) আৰু ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় এম.ফিল আৰু পি.এইচ.ডি. প্ৰৱেশ পৰীক্ষা (আৰ.জি.ইউ.এম.পি.ই.টি.)ৰ দলে জাননী যোগে জাৰি কৰিব।

ব্যক্তিগত সাক্ষাৎকাৰত প্ৰাপ্ত নম্বৰৰ শতাংশ আৰু সৰ্বমূঠ পৰীক্ষাৰ নম্বৰ একেলগে বিবেচনা কৰি শিক্ষাৰ্থীসকলৰ অন্তিম বাচনি তালিকা প্ৰস্তুত কৰা হ'ব।

শিক্ষাৰ্থীসকলে তলত দিয়া শৈক্ষিক বৰ্ষ 2020-21-ৰ বাবে নামভৰ্তিৰ পোনপটীয়া লিংকটো পৰিদৰ্শন কৰিব পাৰে।

https://admissions.rgu.ac.in

জাৰি কৰা জাননীৰ লিংকটো তলত দিয়া হৈছে

https://www.rgu.ac.in/uploads/NewsFile/NoticeBoard_2522.pdf

লগতে পঢ়ক: 12সংখ্যক ব্ৰীকছ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.