ETV Bharat / bharat

আমাৰ সমস্যা সমাধান নকৰা চৰকাৰ বাচনি কৰাৰ প্ৰয়োজনীয়তা ক'ত ? - ধিংগানা গাঁৱৰ ৰাইজ

খোৱাপানী, ৰাস্তা-ঘাটকে ধৰি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ৰাজস্থানৰ ধিংগানাবাসীৰ ভোটবৰ্জনৰ সিদ্ধান্ত ৷ বিকাশৰ নামত চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ ৷

ভোট বৰ্জনৰ সিদ্ধান্ত ধিংগানাবাসীৰ
author img

By

Published : Apr 26, 2019, 11:39 AM IST

নিউজ ডেস্ক, 26 এপ্ৰিল : ভোট বৰ্জনৰ সিদ্ধান্ত বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত থৰ মৰভূমিয়ে আৱৰি ৰখা ৰাজস্থানৰ যৌধপুৰ জিলাৰ অন্তৰ্গত ধিংগানা গাঁৱৰ ৰাইজৰ ৷ খোৱাপানী, ৰাস্তা-ঘাট, স্কুলকে ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত ধিংগানাবাসীক বিকাশৰ নামত চৰকাৰে প্ৰতাৰণা কৰি অহাৰ অভিযোগ তুলি লোকসভা নিৰ্বাচনত ভোটবৰ্জনৰ সিদ্ধান্ত গাঁওবাসীৰ ৷
আমাৰ সমস্যা সমাধান নকৰা চৰকাৰ বাচনি কৰাৰ প্ৰয়োজনীয়তা ক'ত বুলি প্ৰশ্ন উত্থাপন কৰি স্থানীয় প্ৰশাসনে গাঁওবাসীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিততে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি সাংবাদিকৰ আগত মত প্ৰকাশ গাঁওবাসীৰ ৷

Dhingana (Rajasthan), Apr 26 (ANI): People of Dhingana Village in Pali district are boycotting the Lok Sabha polls, alleging inaction by local administration to solve water crisis and other issues such as lack of roads and schools. Residents of the village are saying, "What is the use of selecting a government who doesn't solve our problem." While speaking to ANI, a local said, "Water and road are the main problems. Classes are held in local school only till class 5th, other schools are far. You can only see a foundation stone for inauguration done in '08. We will boycott the elections."
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.