ETV Bharat / bharat

বৰষুণৰ পানী সংৰক্ষণ আৰু অটল ভূ জল যোজনা - ATAL BHUJAL YOJONA

ভাল বা বিশুদ্ধ পানীৰ সংৰক্ষণ আৰু দেশজুৰি জনসাধাৰণলৈ ইয়াৰ যোগান সহজ কথা নহয়। কেন্দ্ৰৰ মতে, জলসম্পদৰ চাহিদা আৰু যোগান ৪৩ শতাংশ বঢ়াৰ সম্ভাৱনা আছে,যিটো জল জীৱন মিছনৰ জৰিয়তে প্ৰমাণ হৈছে। এই মিছনে লগতে ১৪ কোটি গ্ৰামাঞ্চলবাসীক ৫ বছৰত পানীৰ সুবিধা প্ৰদান কৰাৰ খৰছ হয় বুলি ৩,৬০,০০০ কোটি টকা ধাৰ্য কৰিছে।

বৰষুণৰ পানী সংৰক্ষণ আৰু অটল ভূ জল যোজনা
বৰষুণৰ পানী সংৰক্ষণ আৰু অটল ভূ জল যোজনা
author img

By

Published : Jan 22, 2020, 2:50 PM IST

বৰষুণৰ পানী সংৰক্ষণৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বত মাত্ৰ ৮ শতাংশ পানী সংৰক্ষণৰ জৰিয়তে ভাৰতে এক নিম্নগামী ভূমিকা পালন কৰিছে। তাৰ বিপৰীতে ভূমি জলসমূহ পূৰামাত্ৰাই ব্যৱহাৰ হৈ আছে আৰু লাহে লাহে ভূমিজলৰ সংৰক্ষণসমূহ কমি আহিছে। ছয় সপ্তাহ আগতে কেন্দ্ৰীয় চৰকাৰে প্ৰকৃতিগত পানীৰ সংৰক্ষণৰ কাৰণে "জল শক্তি অভিযান" নামে এক আচনিৰ ঘোষণা কৰিলে। ৰাজ্য চৰকাৰৰ সহায়ত এতিয়ালৈকে ২৫৬ খন জিলা,১৫৯২টা ব্লকত ইয়াৰ ব্যবস্থা কৰা হৈছে। একে সময়তে চৰকাৰে সেইসমূহ অঞ্চলত বিশুদ্ধ খোৱাপানীৰ ব্যবস্থাকৰণ আৰু সংৰক্ষণৰ ঘোষণা কৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি সাতখন ৰাজ্যত "অটল ভূজল যোজনা" ৰ আৰম্ভণি কৰিছে যিয়ে স্থায়ী সংস্থাবোৰক জল শক্তি অভিযানৰ অধীনত কিছু নিয়মাৱলী প্ৰদান কৰিছে। ৫ বছৰৰ সময়সীমা লৈ এই প্ৰকল্পত ৬০০০ কোটি টকা খৰছ কৰা গৈছে য'ত মহাৰাষ্ট্ৰ,হাৰিয়ানা,গুজৰাট,মধ্য প্ৰদেশ,উত্তৰ প্ৰদেশ,কৰ্ণাটকৰ কেইবাখনো জিলা উপকৃত হ'ব বুলি ধৰা হৈছে। এই আঁচনিৰ অধীনত বিশ্ববেংকৰ পৰা লোৱা ঋণৰ আধা অংশ পৰিশোধ কৰা যাব আৰু বাকী অংশখিনি কেন্দ্ৰীয় সহায় স্বৰূপে ৰাজ্যবোৰক প্ৰদান কৰা হ'ব। যিটো সময়ত কেন্দ্ৰই কৈ আছে তালিকাখন উক্ত ৰাজ্যসমূহৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি প্ৰস্তত কৰা হৈছে,সেই সময়তে তালিকাখন সম্পূৰ্ণ নহয় বুলি পাঞ্জাৱে দাবী কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে মন্তব্য কৰিছে,পাঠানকোট আৰু মুক্তচৰ জিলাৰ বাহিৰে বাকী ২০ খন জিলাতেই ভূমি জলৰ অভাৱ,তথাপি কিয় পঞ্জাৱক অটল ভূজল যোজনাত অনৰ্ভুক্ত কৰা নহল ? যদিহে বেছি অঞ্চল এই যোজনাত অন্তৰ্ভুক্ত কৰা হয়,খৰছ নবঢ়োৱালৈকে এইখন কাৰ্যকৰী নহ'ব। প্ৰধানমন্ত্ৰী মোদীৰ বিবৃতি যে প্ৰতিখন গাঁৱে অকল প্ৰাকৃতিক আৰু ভূগৰ্ভৰ পানীৰ অনুসন্ধান কৰি থকাটো অনুচিত,তাৰ উপৰিও পানীৰ ব্যৱহাৰ যেনে খেতিৰ ক্ষেত্ৰখনত কমাই কৰি আৰু বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰৰ সকলো অঞ্চলতে এই বাৰ্তা প্ৰযোগ কৰাটো উচিত। ৰাজেন্দ্ৰ সিঙ,যাক ভাৰতৰ জলপুৰুষ বুলি জনা যায়,তেওঁৰ মতে ভাৰতৰ ৭২ শতাংশ ভূমিজলৰ সংৰক্ষণ কমি আহিছে। চাৰিবছৰ আগত নাছাই মূল্যাংকণ কৰিছিল যে ভাৰতে সংযুক্ত যুক্তৰাষ্ট্ৰৰ আটাইতকৈ ডাঙৰ পানীৰ সংৰক্ষণটোতকৈ,মিড হৃদতকৈ দুগুন বেছি ভূমিপৃষ্ঠৰ পানী হেৰুৱাইছে,কিন্ত তাৰ বিপৰীতে ভূমিপৃষ্ঠৰ পানীৰ অপচয় অলপো কমা নাই।

Rainwater Harvesting & Atal BhuJal Yojana etv bharat news
কেনেদৰে সংৰক্ষণ কৰিব পাৰি বৰষুণৰ পানী

ভাৰতবৰ্ষৰ স্বাধীনোত্তৰ কালৰে পৰা জনমুৰি ভূমিগত পানীৰ উপলব্ধতা ৬০৪২ কিউবিক মিটাৰ। এই উপলব্ধতা লাহে লাহে কমি আহিছে আৰু ভৱিষ্যতে বেছি কমাৰ সম্ভাৱনা আছে। সমস্যাৰ উৎস তথা নাটনিৰ কাৰণ কি সকলোৱে জনা কথা। কিন্তু সমাধানৰ কথা কোনে ইমান নাভাৱে। কেইবাদশক আগতেই প্ৰদূষণ নিয়ন্ত্ৰণ ব্যবস্থাৰ এই দেশত আৰম্ভণি কৰা হৈছিল।কেগৰ প্ৰতিবেদনমতে লোকচান হোৱা পানীখিনি যিহেতু সংৰক্ষণ কৰা হোৱা নাই বা ভালৰূপ দিবলৈও সক্ষম হোৱা নাই,গতিকে প্ৰাকৃতিক সম্পদৰ ৰক্ষণাবেক্ষণতো একো সহায় হোৱা নাই । যাৰফলত,ভূমিপৃষ্ঠৰ পানীত হেঁচা পৰিছে আৰু ১৬০ টা সংৰক্ষণৰ পানী লুনীয়া হৈছে। লগতে ২৩০ খন জিলাত পানীত ফ্ল'ৰাইডৰ পৰিমাণ বেছি হোৱা পৰিলক্ষিত হৈছে। যদিওবা ৰাজ্যিক পৰ্যায়ত বিভিন্ন আচনি যেনে- 'মিছন কাকতিয়া'(তেলেঙ্গানা) ,'নিৰু-চেত্তু'(অন্ধ্ৰ প্ৰদেশ) , 'মুখ্যমন্ত্ৰীৰ জল স্বাভিমান অভিযান'(ৰাজস্থান) আৰু 'সুজলাম সুফলাম যোজনা'(গুজৰাট) আদিৰ জৰিমনা পানীৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে,সমান্তৰাল এক প্ৰচেষ্টা ৰাষ্ট্ৰীয় পৰ্যায়ত নোহোৱাটো এক দুৰ্বলতা। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক,সমান্তৰাল আৰু যুটীয়া প্ৰচেষ্টাত ইয়াৰ স্থায়ী সমাধান সম্ভৱ।ভাল বা বিশুদ্ধ পানীৰ সংৰক্ষণ আৰু দেশজুৰি জনসাধাৰণলৈ ইয়াৰ যোগান সহজ কথা নহয়। কেন্দ্ৰৰ মতে, জলসম্পদৰ চাহিদা আৰু যোগান ৪৩ শতাংশ বঢ়াৰ সম্ভাৱনা আছে, যিটো জল জীৱন মিছনৰ জৰিয়তে প্ৰমাণ হৈছে। এই মিছনে লগতে ১৪ কোটি গ্ৰামাঞ্চলবাসীক ৫ বছৰত পানীৰ সুবিধা প্ৰদান কৰাৰ খৰছ হয় বুলি ৩,৬০,০০০ কোটি টকা ধাৰ্য কৰিছে। প্ৰায় চাৰে তিনি বছৰ আগতে মিহিৰ শ্বাহ কমিতিয়ে পৰামৰ্শ দিছিল যে কেন্দ্ৰীয় জল সংস্থা আৰু কেন্দ্ৰীয়ভাৱে ভূমিজলৰ সংৰক্ষণৰ প্ৰয়োজনসমূহ পূৰাবৰ কাৰণে নতুনকৈ সংগঠিত হ'ব লাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে, যিসমূহ খেতি পথাৰত ভূমিজলৰ অভাৱে দেখা দিছে খেতিয়কসকলে মিতব্যয়িতাৰে আৰু পৰিকল্পিতভাৱে পানীৰ ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়। তাৰ লগতে এইক্ষেত্ৰত চৰকাৰেও কাৰিকৰী জ্ঞান প্ৰদান কৰাটো গুৰুত্বপূৰ্ণ। অষ্ট্ৰেলিয়া,দক্ষিণ আফ্ৰিকা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই জলভূমিৰ সংৰক্ষণৰ কাৰণে বিশেষ ব্যবস্থা গ্ৰহণ কৰিছে। চীনৰ নিছিনা দেশে প্ৰায় ১২ মিলিয়ন লোকক দৃষ্টি ৰাখিবলৈ নিক্ষেপ কৰিছে যাতে অলপো জলসম্পদ প্ৰদূষিত হ'ব নোৱাৰে। কিছুমান দেশে আনকি ৰাস্তা-পথ নিৰ্মাণৰ নতুন কৌশল অৱলম্বনৰ কথা ভাবি আছে যাতে বৰষুণৰ পানীৰ অপচয় নহয় আৰু সংৰক্ষিত হয়। প্ৰতিটোপাল পানীক অপচয় নোহোৱাকৈ ভালদৰে ব্যৱহাৰ কৰা সংস্কৃতি এটা যদি ৰাষ্ট্ৰীয় পৰ্যায়ত গঢ় লৈ উঠে কৃষি উৎপাদনৰ পৰিমাণো বাঢ়িব। এটোপ এটোপকৈ পানী পৰি বিশাল সাগৰৰ সৃষ্টি হয় বুলি কোৱা হয় আৰু তেনেকৈয়ে অলপ অলপ সংৰক্ষণৰ আৰম্ভণিৰ পৰাই সমস্যাবোৰ আতৰিব। কেন্দ্ৰীয় চৰকাৰে ৫ মাহ আগৰ নিয়মাৱলীত নগৰ পৰিষদবোৰক পানী নিষ্কাষণ চোৱাচিতা কৰাৰ বাবে কিছু দায়িত্ব অৰ্পণ কৰিছে। যদিহে এই নিয়মাৱলী বাস্তৱঅৰ্থত কাৰ্যকৰী হয়,অটল ভূজল যোজনাৰ প্ৰভাৱ সমগ্ৰ দেশত পৰাৰ ক্ষেত্ৰত কোনো প্ৰশ্নই নাহে।

ভাৰতত ভূ জল সংৰক্ষণৰ এটা দৃশ্য

লগতে চাওকঃখেল’ ইণ্ডিয়াত ১০টা পদকেৰে লনবলৰ চেম্পিয়ন অসম

Intro:Body:

Rainwater Harvesting…& Atal BhuJal Yojana”

বৰষুণৰ পানী সংৰক্ষণ আৰু অটল ভূজল যোজনা

বৰষুণৰ পানী সংৰক্ষনৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বত মাত্ৰ ৮ শতাংশ পানী সংৰক্ষনৰ জৰিয়তে ভাৰতে এক নিম্নগামী ভূমিকা পালন কৰিছে।

তাৰ বিপৰীতে ভূমিজলসমুহ পুৰামাত্ৰাই ব্যৱহাৰ হৈ আছে আৰু লাহে লাহে  ভূমিজলৰ সংৰক্ষনসমূহ কমি আহিছে।

ছয় সপ্তাহ আগতে কেন্দ্ৰীয় চৰকাৰে প্ৰকৃতিগত পানীৰ সংৰক্ষনৰ কাৰণে "জল শক্তি অভিযান" নামে এক আচনিৰ ঘোষণা কৰিলে।

ৰাজ্য চৰকাৰৰ সহায়ত এতিয়ালৈকে ২৫৬ খন জিলা, ১৫৯২ টা ব্লকত ইয়াৰ ব্যবস্থা কৰা হৈছে। একে সময়তে চৰকাৰে সেইসমুহ অঞ্চলত বিশুদ্ধ খোৱাপানীৰ ব্যবস্থাকৰন আৰু সংৰক্ষনৰ ঘোষণা কৰিছে।

নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি সাতখন ৰাজ্যত "অটল ভূজল যোজনা" ৰ প্ৰাৰম্ভনি কৰিছে যিয়ে স্থায়ী সংস্থাবোৰক  জল শক্তি অভিযানৰ অধীনত কিছু নিয়মাৱলী প্ৰদান কৰিছে।

৫ বছৰৰ সময়সীমা লৈ এই প্ৰকল্পত ৬০০০ কোটি টকা খৰছ কৰা গৈছে যত মহাৰাষ্ট্ৰ, হাৰিয়ানা, গুজৰাট, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, কৰ্ণাটকৰ কেইবাখনো জিলা উপকৃত হব বুলি ধৰা হৈছে।এই আঁচনিৰ অধীনত

বিশ্ববেংকৰ পৰা লোৱা ঋণৰ আধা অংশ পৰিশোধ কৰা যাব, আৰু বাকী অংশখিনি কেন্দ্ৰীয় সহায় স্বৰূপে ৰাজ্যবোৰক প্ৰদান কৰা হব।

যিটো সময়ত কেন্দ্ৰই কৈ আছে তালিকাখন উক্ত ৰাজ্যসমূহৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি প্ৰস্তত কৰা হৈছে, সেই সময়তে  তালিকাখন সম্পূৰ্ণ নহয় বুলি পঞ্জাৱে দাবী কৰিছে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে মন্তব্য কৰিছে, পাঠানকোট আৰু মুক্তচৰ জিলাৰ বাহিৰে বাকী ২০ খন জিলাতেই ভূমিজলৰ অভাৱ, তথাপি কিয় পঞ্জাৱক অটল ভূজল যোজনাত অনৰ্ভুক্ত কৰা নহল?

যদিহে বেছি অঞ্চল এই যোজনাত অন্তৰ্ভুক্ত কৰা হয়, খৰছ নবঢ়োৱালৈকে এইখন কাৰ্যকৰী নহব।

প্ৰধানমন্ত্ৰী মোদীৰ বিবৃতি যে প্ৰতিখন গাঁৱে অকল প্ৰাকৃতিক আৰু ভূগৰ্ভৰ পানীৰ অনুসন্ধান কৰি থকাটো অনুচিত, তাৰ উপৰিও পানীৰ ব্যৱহাৰ যেনে খেতিৰ ক্ষেত্ৰখনত  কমাই কৰি আৰু বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰৰ সকলো অঞ্চলতে এই বাৰ্তা প্ৰযোগ কৰাটো উচিত।

ৰাজেন্দ্ৰ সিঙ, যাক ভাৰতৰ জলপুৰুষ বুলি জনা যায়, তেওঁৰ মতে ভাৰতৰ ৭২ শতাংশ  ভূমিজলৰ সংৰক্ষন কমি আহিছে।

চাৰিবছৰ আগত নাছাই মূল্যাংকণ কৰিছিল যে ভাৰতে সংযুক্ত যুক্তৰাষ্ট্ৰৰ আটাইতকৈ ডাঙৰ পানীৰ সংৰক্ষনটোতকৈ, মিড হ্ৰ্দতকৈ দুগুন বেছি ভূমিপৃষ্ঠৰ পানী হেৰুৱাইছে , কিন্ত তাৰ বিপৰীতে ভূমিপৃষ্ঠৰ পানীৰ অপচয় অলপো কমা নাই।

ভাৰতবৰ্ষৰ স্বাধীনোত্তৰ কালৰে পৰা জনমুৰি ভূমিগত পানীৰ উপলব্ধতা ৬০৪২ কিউবিক মিটাৰ ।এই উপলব্ধতা লাহে লাহে কমি আহিছে আৰু ভবিষ্যতে বেছি কমাৰ সম্ভাৱনা আছে। সমস্যাৰ উৎস তথা নাটনিৰ কাৰণ কি সকলোৱে জনা কথা।কিন্তু সমাধানৰ কথা কোনে ইমান নাভাবে। কেইবা দশক আগতেই প্ৰদূষণ নিয়ন্ত্ৰণ ব্যবস্থাৰ এই দেশত আৰম্ভণি কৰা হৈছিল।

কেগৰ প্ৰতিবেদনমতে লোকচান হোৱা পানীখিনি যিহেতু সংৰক্ষন কৰা হোৱা নাই বা ভালৰূপ দিবলৈও সক্ষম হোৱা নাই,গতিকে প্ৰাকৃতিক সম্পদৰ ৰক্ষণাবেক্ষণতো একো সহায় হোৱা নাই ।

যাৰফলত , ভূমিপৃষ্ঠৰ পানীত হেঁচা পৰিছে আৰু ১৬০ টা সংৰক্ষনৰ পানী লুনীয়া হৈছে।লগতে ২৩০ খন জিলাত পানীত ফ্লৰাইডৰ পৰিমাণ বেছি হোৱা পৰিলক্ষিত হৈছে।

যদিওবা ৰাজ্যিক পৰ্যায়ত বিভিন্ন আচনি যেনে- 'মিছন কাকতিয়া'(তেলেঙ্গানা) ,'নিৰু-চেত্তু'(অন্ধ্ৰ প্ৰদেশ) , 'মুখ্যমন্ত্ৰীৰ জল স্বাভিমান অভিযান'(ৰাজস্থান) আৰু 'সুজলাম সুফলাম যোজনা'(গুজৰাট) আদিৰ জৰিমনা পানীৰ সংৰক্ষনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, সমান্তৰাল এক প্ৰচেষ্টা ৰাষ্ট্ৰীয় পৰ্যায়ত নোহোৱাটো এক দুৰ্বলতা।  ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক, সমান্তৰাল আৰু যুটীয়া প্ৰচেষ্টাত ইয়াৰ স্থায়ী সমাধান সম্ভৱ।

ভাল বা বিশুদ্ধ পানীৰ সংৰক্ষন আৰু দেশজুৰি জনসাধাৰণলৈ ইয়াৰে যোগান সহজ কথা নহয়।

কেন্দ্ৰৰ মতে, জলসম্পদৰ চাহিদা আৰু যোগান ৪৩ শতা%শ বঢ়াৰ সম্ভাৱনা আছে, যিটো জল জীৱন মিছনৰ জৰিয়তে প্ৰমাণ হৈছে। এই মিছনে লগতে ১৪ কোটি গ্ৰাম্যাঞ্চলবাসীক ৫ বছৰত পানীৰ সুবিধা প্ৰদান কৰাৰ খৰছ হয় বুলি ৩,৬০,০০০ কোটি টকা ধাৰ্য কৰিছে।

প্ৰায় চাৰে তিনি বছৰ আগতে মিহিৰ শ্বাহ কমিতিয়ে পৰামৰ্শ দিছিল যে কেন্দ্ৰীয় জল সংস্থা আৰু কেন্দ্ৰীয়ভাৱে ভূমিজলৰ সংৰক্ষনৰ  প্ৰয়োজনসমূহ পুৰাবৰ কাৰণে নতুনকৈ সংগঠিত হব লাগে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে, যিসমূহ খেতি পথাৰত ভূমিজলৰ অভাৱে দেখা দিছে, খেতিয়কসকলে মিতব্যয়িতাৰে আৰু পৰিকল্পিতভাৱে পানীৰ ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়। তাৰ লগতে এইক্ষেত্ৰত চৰকাৰেও কাৰিকৰী জ্ঞান প্ৰদান কৰাটো গুৰুত্বপূৰ্ণ। অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই জলভূমিৰ সংৰক্ষণৰ কাৰণে বিশেষ ব্যবস্থা গ্ৰহণ কৰিছে।  চীনৰ নিছিনা দেশে প্ৰায় ১২ মিলিয়ন লোকক দৃষ্টি ৰাখিবলৈ নিক্ষেপ কৰিছে যাতে অলপো জলসম্পদ প্ৰদূষিত হব নোৱাৰে।কিছুমান দেশে আনকি ৰাস্তা-পথ নিৰ্মাণৰ নতুন কৌশল অবলম্বনৰ কথা ভাবি আছে যাতে বৰষুণৰ পানীৰ অপচয় নহয় আৰু সংৰক্ষিত হয়।

প্ৰতিটোপাল পানীক অপচয় নোহোৱাকৈ ভালদৰে ব্যৱহাৰ কৰা সংস্কৃতি এটা যদি ৰাষ্ট্ৰীয় পৰ্যায়ত গঢ় লৈ উঠে, কৃষি উৎপাদনৰ পৰিমাণো বাঢ়িব।  এটোপ এটোপকৈ পানী পৰি বিশাল সাগৰৰ সৃষ্টি হয় বুলি কোৱা হয়, আৰু তেনেকৈয়ে অলপ অলপ সংৰক্ষনৰ আৰম্ভণিৰ পৰাই সমস্যাবোৰ আতৰিব।কেন্দ্ৰীয় চৰকাৰে ৫ মাহ আগৰ নিয়মাৱলীত নগৰ পৰিষদবোৰক পানী নিষ্কাষণ চোৱাচিতা কৰাৰ বাবে কিছু দায়িত্ব অৰ্পন কৰিছে।

যদিহে এই নিয়মাৱলী বাস্তৱঅৰ্থত কাৰ্যকৰী হয়, অটল ভূজল যোজনাৰ প্ৰভাৱ সমগ্ৰ দেশত পৰাৰ ক্ষেত্ৰত কোনো প্ৰশ্নই নাহে।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.