নেশ্যনেল ডেস্ক, ১৭ জুন: ভাৰত-চীন সীমান্তৰ গালৱানত হোৱা সংঘৰ্ষত ২০ ভাৰতীয় সেনা শ্বহীদ হোৱাৰ পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী মোদীলৈ সমালোচনাৰ অস্ত্ৰ নিক্ষেপ । বিকাশ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী মৌন কিয় বুলি প্ৰশ্ন উত্থাপন কৰে ৰাহুল গান্ধীয়ে ।
ৰাহুল গান্ধীয়ে টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰশ্ন উত্থাপন কৰি কয় যে, “প্ৰধানমন্ত্ৰী মৌন কিয় ? তেওঁ কিয় লুকাই আছে ? বহুত হ'ল । আমি এইটো জনাতো অতি জৰুৰী যে এনেকুৱা কিয় হ'ল ?"
-
Why is the PM silent?
— Rahul Gandhi (@RahulGandhi) June 17, 2020 " class="align-text-top noRightClick twitterSection" data="
Why is he hiding?
Enough is enough. We need to know what has happened.
How dare China kill our soldiers?
How dare they take our land?
">Why is the PM silent?
— Rahul Gandhi (@RahulGandhi) June 17, 2020
Why is he hiding?
Enough is enough. We need to know what has happened.
How dare China kill our soldiers?
How dare they take our land?Why is the PM silent?
— Rahul Gandhi (@RahulGandhi) June 17, 2020
Why is he hiding?
Enough is enough. We need to know what has happened.
How dare China kill our soldiers?
How dare they take our land?
উল্লেখ্য যে, পূৱ লাডাখৰ গালৱানত হোৱা এই সংঘৰ্ষক লৈ মঙলবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত মিলিত হয় । বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে পূৱ লাডাখৰ পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে য'ত দুয়োপক্ষৰ সেনাৰ মাজত ৫ সপ্তাহজুৰি গতিৰোধ অব্য়াহত আছে ।
লগতে পঢ়ক: কৰ'ণাৰ পৰা আৰোগ্য হোৱা ৰোগীৰ মন্তব্যঃ "মৃত্যুয়ে ভাল আছিল !"