ETV Bharat / bharat

ছত্তিশগড়ত ৰাষ্ট্ৰীয় জনজাতীয় নৃত্য মহোৎসৱৰ শুভাৰম্ভণী:উপস্থিত ৰাহুল গান্ধী - ছত্তিছগড় বাতৰি

ছত্তিশগড়ৰ ৰাজধানী ৰায়পুৰত উপস্থিত কংগ্ৰেছৰ পূৰ্বৰ অধ্যক্ষ ৰাহুল গান্ধী ৷ ৰায়পুৰত উপস্থিত হৈ ৰাষ্ট্ৰীয় জনজাতীয় নৃত্য মহোৎসৱ মুকলি কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

ছত্তিছগড়ত ৰাষ্ট্ৰীয় জনজাতীয় নৃত্য মহোৎসৱৰ শুভাৰম্ভণী:উপস্থিত ৰাহুল গান্ধী
ছত্তিছগড়ত ৰাষ্ট্ৰীয় জনজাতীয় নৃত্য মহোৎসৱৰ শুভাৰম্ভণী:উপস্থিত ৰাহুল গান্ধী
author img

By

Published : Dec 27, 2019, 12:57 PM IST

নিউজ ডেস্ক, 27 ডিচেম্বৰ: আজি ছত্তিশগড়ৰৰ Science College ground ত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় এই মহোৎসৱ ৷ দেশৰ 25 খন ৰাজ্য আৰু 6 খন আন ৰাষ্ট্ৰৰ 1,350 জনৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিছে ৷

Etv Bharat assam
ছত্তিছগড়ত ৰাষ্ট্ৰীয় জনজাতীয় নৃত্য মহোৎসৱৰ শুভাৰম্ভণী:উপস্থিত ৰাহুল গান্ধী

এই মহোৎসৱৰ শুভাৰম্ভণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাহুল গান্ধী ৷ আনহাতে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে অনুষ্ঠানৰ সভাপতিত্ব কৰে বুলি এজন চৰকাৰী জনসংযোগ বিষয়াই জানিবলৈ দিয়ে ৷ 4 সহস্ৰাধিক লোকক আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে এই Science College groundl৷ তাৰোপৰি এখন গ্ৰন্থমেলা, আৰু পৰম্পৰাগত খাদ্য সম্ভাৰৰ বিপণীও খোলা হৈছে এই মহোৎসৱত ৷ দৰ্শকৰ আকৰ্ষণৰ বাবে ছত্তিশগড়ৰ ইতিহাস,পৰ্যটন আৰু কলা-সংস্কৃতিক প্ৰতিনিধিত্ব সামগ্ৰীসমূহৰ এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে উক্ত নৃত্য মহোৎসৱত ৷

এই নৃত্য প্ৰতিযোগিতা 4 টা ভাগত বিভক্ত হ'ব বিবাহ তথা অন্যান্য শুভ অনুষ্ঠানত পৰিৱেশন কৰা নৃত্য, কৃষিখণ্ডৰ লগত জড়িত নৃত্য,পৰম্পৰাগত উৎসৱত পৰিবেশন কৰা নৃত্য,আৰু লোক শাস্ত্ৰীয় নৃত্য ৷ এই নৃত্য মহোৎসৱত 39 টা জনজাতি দলে 43 টা ভিন্ন ভিন্ন নৃত্য শৈলীত এই চাৰিটা খণ্ডত নৃত্য প্ৰদৰ্শন কৰিব ৷

ৰাহুল গান্ধীৰ লগতে এই শুভাৰম্ভণী অনুষ্ঠানত কংগ্ৰেছৰ বহু নেতা যেনে গুলাম নবী আজাদ,আনন্দ শৰ্মা,আহমেদ পেটেল, আৰু সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰিয়ংকা গান্ধী ৱাদ্ৰাও মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷

লগতে চাওকঃ এইগৰাকী মন্ত্ৰীৰ নাম ল'বলৈ কুণ্ঠাবোধ কৰে নেকি প্ৰফুল্ল কুমাৰ মহন্তই !

Intro:Body:

Raipur, Dec 25 (PTI) Congress leader Rahul Gandhi is

scheduled to visit Chhattisgarh capital Raipur on December 27

to take part in the opening ceremony of the national tribal

dance festival, officials said on Wednesday.

         AICC General Secretary Priyanka Gandhi Vadra and other

senior leaders are also scheduled to remain present at the

inauguration ceremony, they said.

         The state is going to hold a three-day 'National

Tribal Dance Festival 2019' at the Science College ground here

from Friday, wherein over 1,350 artistes from 25 states in

India and six other countries are expected to take part.

         Lok Sabha MP Rahul Gandhi will be the chief guest at

the inaugural function of the event at 10 am on Friday, while

Chief Minister Bhupesh Baghel will preside over the occasion,

a government public relation official here said.

         Leader of Opposition in the Rajya Sabha Ghulam Nabi

Azad, deputy leader Anand Sharma, Rajya Sabha MP Ahmed Patel,

AICC General Secretary Priyanka Gandhi Vadra and several other

senior party leaders would be present on the occasion as

special guests, he said.

         The venue of the dance fest has capacity to

accommodate nearly 4,000 people and it will have a food zone,

book exhibition, stalls of forest produce, industrial

promotion stalls, exhibition related to Chhattisgarh's

history, tourism, culture and cuisine, he said.

         The dance competition will be based on four themes-

dance during weddings or other auspicious occasions, dance

during harvest and agricultural-related festivals, dance

during traditional festivals and rituals and the last category

is other folk and classical dance forms, he said.

         Around 39 tribal troupes will be making a presentation

in these four different categories covering around 43 dance

styles, he added. 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.