ETV Bharat / bharat

জীৱনৰ যুঁজত হাৰি মানিলে কণমানি ফটেহবীৰে

author img

By

Published : Jun 11, 2019, 8:18 AM IST

Updated : Jun 11, 2019, 9:56 AM IST

মঙলবাৰে পুৱা প্ৰায় 5 বাজি 30 মিনিটত শিশুটিক ব'ৰেবলৰ পৰা উদ্ধাৰ কৰাৰ পাচতে ততাতৈয়াকৈ শিশুটিক লৈ যোৱা হৈছিল চিকিৎসালয়লৈ ৷ বৃহস্পতিবাৰৰ পৰা 5 দিন ধৰি  7 ইঞ্চি বহল বহল বৰে'বলৰ 125 ফুটত আৱদ্ধ আছিল শিশুটি ৷

ETV BHARAT

পঞ্জাৱ, 11 জুন: পঞ্জাৱৰ চঙ্গুৰত 110 ঘণ্টা জোৰা উদ্ধাৰ অভিযানৰ অন্তত ব'ৰেবলৰ পৰা উদ্ধাৰ ফটেহবীৰ ৷কিন্তু উদ্ধাৰৰ কিছু সময়ৰ পাচতে চিকিৎসকে মৃত বুলি ঘোষণা কৰে শিশুটি ৷ বৃহস্পতিবাৰৰ বিয়লিৰ পৰা ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ, আৰক্ষী আৰু স্থানীয় লোকে অহৰ্নিশে শিশুটি উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছিল ৷ মঙলবাৰে পুৱা প্ৰায় 5 বাজি 30 মিনিটত শিশুটিক ব'ৰেবলৰ পৰা উদ্ধাৰ কৰাৰ পাচতে ততাতৈয়াকৈ শিশুটিক লৈ যোৱা হৈছিল চিকিৎসালয়লৈ ৷ বৃহস্পতিবাৰৰ পৰা 5 দিন ধৰি 7 ইঞ্চি বহল বহল বৰে'বলৰ 125 ফুটত আৱদ্ধ আছিল শিশুটি ৷

জীৱনৰ যুঁজত হাৰি গ'ল কণমানি ফটেহবীৰ

ঘটনা অনুসৰি পঞ্জাৱৰ ফটেহবীৰ নামৰ শিশুটিয়ে বৃহস্পতিবাৰে সন্ধিয়া 4 বজাত খেলি থকা অৱস্থাত বৰেবলত সোমাই পৰে ৷ বিভাগীয় সূত্ৰত প্ৰকাশ কৰা অনুসৰি বৰেবলটো এখন কাপোৰেৰে ঢাকি ৰখা হৈছিল ৷ শিশুটিয়ে দুৰ্ভাগ্যবশত ভৰি দিয়াৰ ফলত 150 ফুট দ গাঁতটোত সোমাই পৰে ৷শিশুটিৰ উদ্ধাৰৰ বাবে দুৰ্যোগ প্ৰশমন বিভাগ ,আৰক্ষী আৰু স্থানীয় লোকে 110 ঘণ্টা একেৰাহে চেষ্টা চলাই গৈছিল ৷ ঘটনাস্থলীত বিশেষ চিকিৎসকৰ দল উপস্থিত থকাৰ লগতে শিশুটিক অক্সিজেন যোগান ধৰি থকা হৈছিল ৷ কেমেৰাৰ জৰিয়তে শিশুটিৰ গতি বিধি লক্ষ্য ৰখা হৈছিল ৷

ETV BHARAT
ফটেহবীৰ

NDRF rescue the toddler who fell into 150-ft borewell in Punjab
Last Updated : Jun 11, 2019, 9:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.