ETV Bharat / bharat

অব্যাহত আছে ফটেহবীৰৰ উদ্ধাৰ অভিযান

author img

By

Published : Jun 9, 2019, 9:07 PM IST

শিশুটিয়ে বৃহস্পতিবাৰে সন্ধিয়া 4 বজাত খেলি থকা অৱস্থাত বৰেবলত সোমাই পৰে  ৷ বিভাগীয় সূত্ৰত প্ৰকাশ কৰা অনুসৰি বৰেবলটো এখন কাপোৰেৰে ঢাকি ৰখা হৈছিল ৷ শিশুটিয়ে দুৰ্ভাগ্যবশতঃ ভৰি দিয়াৰ ফলত 150 ফুট দ গাঁতটোত সোমাই পৰে ৷

Punjab

পঞ্জাৱ,9 জুন: পঞ্জাৱৰ চঙ্গুৰ জিলাত 150 ফুট গভীৰ বৰেবলত আৱদ্ধ শিশু ৷ 75 ঘণ্টাতকৈ অধিক সময় আৱদ্ধ হৈ আছে শিশুটি ৷

ঘটনা অনুসৰি ফটেহবীৰ নামৰ শিশুটিয়ে বৃহস্পতিবাৰে সন্ধিয়া 4 বজাত খেলি থকা অৱস্থাত বৰেবলত সোমাই পৰে ৷ বিভাগীয় সূত্ৰত প্ৰকাশ কৰা অনুসৰি বৰেবলটো এখন কাপোৰেৰে ঢাকি ৰখা হৈছিল ৷ শিশুটিয়ে দুৰ্ভাগ্যবশত ভৰি দিয়াৰ ফলত 150 ফুট দ গাঁতটোত সোমাই পৰে ৷ বৰ্তমান সংজ্ঞাহীন থকা শিশুটিক চিকিৎসকে অক্সিজেন যোগান ধৰি আছে ৷

অব্যাহত আছে ফটেহবীৰৰ উদ্ধাৰ অভিযান
সেনা বাহিনী,আৰক্ষী প্ৰশাসন ,স্থানীয় লোক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগে অব্যাহত ৰাখিছে শিশুটিৰ উদ্ধাৰ অভিযান ৷ কেমেৰাৰ জৰিয়তে শিশুটিৰ গতি বিধি লক্ষ্য ৰখাৰ উপৰিও যোগান ধৰি থকা হৈছে অক্সিজেন ৷ ঘটনাস্থলীত উপস্থিত থকা চিকিৎসকৰ বিশেষ দলে শিশুটি বাহিৰলৈ অহাৰ লগে লগে স্বাস্থ্য পৰীক্ষা কৰিব ৷

Punjab: Toddler stuck in borewell, operation underway
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.