ETV Bharat / bharat

প্ৰশান্ত কিশোৰঃ মমতা বেনাৰ্জীৰ শেষ ভাৰষা

লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ নিম্নগামী ফলাফলৰ পাচত বিধান সভা নিৰ্বাচনক লৈ চিন্তিত হৈ পৰিছে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী ৷ সেয়েহে এইবাৰ মমতা কাষ চাপিছে ৰাজনৈতিক কৌশলবিদ প্ৰশান্ত কিশোৰৰ ৷ এই প্ৰশান্ত কিশোৰেই আছিল 2014 চনৰ নিৰ্বাচনৰ বিজেপিৰ ৰণনীতি প্ৰস্তুতকৰোঁতা ৷ অখিলেশ যাদব-ৰাহুল গান্ধীক একেখন মঞ্চলৈ আনিছিল তেওঁ ৷ অন্ধ্ৰ প্ৰদেশত ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি জগন মোহন ৰেড্ডীক শাসনলৈ অনা ৰণনীতিৰ আঁৰতো আছিল প্ৰশান্ত কিশোৰ ৷

author img

By

Published : Jun 6, 2019, 9:05 PM IST

MAMATA BANARJEE

কলক'তা,6 জুন :2014ৰ নৰেন্দ্ৰ মোডীৰ ৰণনীতি ব্যৱহাৰ কৰিব মমতা বেনাৰ্জীয়ে ৷ অবকী বাৰ মোডী চৰকাৰ শ্ল'গানেৰে শাসনলৈ অহান মোডী চৰকাৰ গঠনৰ আঁৰৰ ৰাজনৈতিক কৌশলবিদ প্ৰশান্ত কিশোৰক মমতা বেনাৰ্জীৰ সাক্ষাৎ ৷বৃহস্পতিবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে প্ৰশান্ত কিশোৰে ৷

2020 চনত পশ্চিম বংগৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ লোকসভা নিৰ্বাচনত 2014 চনত পশ্চিম বংগত তৃণমূল কংগ্ৰেছে 34 খন আসন লাভ কৰাৰ বিপৰীতে 2019 চনত লাভ কৰে কেৱল 22 খন আসন ৷ পশ্চিম বংগত এই নিম্নগামী ফলাফলৰ বাবেই হয় হয়টো নতুন ৰণকৌশলৰ কথা চিন্তা কৰিছে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে ৷

অন্ধ্ৰ প্ৰদেশত ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি জগন মোহন ৰেড্ডীক শাসনলৈ অনা ৰণনীতিৰ আঁৰতো আছিল প্ৰশান্ত কিশোৰ ৷ অন্ধ্ৰপ্ৰদেশৰ বিধান সভাৰ নিৰ্বাচনত ৱাই এচ আৰ চি পিয়ে 175 খন আসনৰ ভিতৰত লাভ কৰিছিল 151 খন আসন ৷

Intro:Body:

A

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.