ETV Bharat / bharat

অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলমত জব্দ গো-মাংস ভৰ্তি ট্ৰাক

দেওবাৰে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলমৰ পুৰুশোত্তমপুৰত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ গো-মাংসৰে ভৰ্তি এখন ট্ৰাক । জব্দকৃত ট্ৰাকখনৰ পৰা প্ৰায় ২৬,০০০ কিলোগ্ৰাম গো-মাংস জব্দ কৰে বুলি সদৰি কৰে আৰক্ষীয়ে ।

অন্ধ্ৰ প্ৰদেশ
অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলমত জব্দ গো-মাংস ভৰ্তি ট্ৰাক
author img

By

Published : Jun 22, 2020, 8:13 AM IST

নিউজ ডেস্ক, ২২ জুনঃ অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলমত জব্দ বৃহৎ পৰিমাণৰ গো-মাংস ভৰ্তি এখন ট্ৰাক । দেওবাৰে শ্ৰীকাকুলমৰ পুৰুশোত্তমপুৰত তালাচী অভিযানত আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন । লগতে গো-মাংস ভৰ্তি ট্ৰাকখনৰ লগত আটক কৰে দুজন চালকক । তাৰোপৰি ট্ৰাকখনৰ পৰা ১৩০০ টা গো-মাংসৰ পেকেট জব্দ কৰে বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে ।

অন্ধ্ৰ প্ৰদেশ
অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলমত জব্দ গো-মাংস ভৰ্তি ট্ৰাক

আনহাতে, ঘটনা সন্দৰ্ভত ইছাপুৰমৰ আৰক্ষী বিষয়াই প্ৰকাশ কৰে যে,ওড়িশাৰ বেহৰামপুৰৰ বজৰং দলৰ তথ্যৰ ভিত্তিতে আৰক্ষী জব্দ কৰিবলৈ সক্ষম হয় ট্ৰাকখন । নিয়মীয়া তালাচী অভিযানত জব্দ কৰা গো-মাংস ভৰ্তি ট্ৰাকখনৰ পৰা প্ৰায় ২৬,০০০ কিলোগ্ৰাম গো-মাংস জব্দ কৰে বুলি সদৰি কৰে । দেওবাৰে পুৱা প্ৰায় ৯ বজাত ট্ৰাকখন জব্দ কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

লগতে পঢ়কঃ দেশত কোভিড-১৯ ৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ হাৰ ৫৫.৪৯ শতাংশলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.