ETV Bharat / bharat

কাশ্মীৰৰ এখন দোকানত উদ্ধাৰ মাৰণাস্ত্ৰ - ছোপুৰৰ সংগ্ৰামা অঞ্চলৰ এখন দোকানৰ পৰা এক বৃহৎ অস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

আৰক্ষীয়ে দেওবাৰে জনোৱা মতে তেওঁলোকে উত্তৰ কাশ্মীৰৰ ছোপুৰৰ সংগ্ৰামা অঞ্চলৰ এখন দোকানৰ পৰা এক বৃহৎ অস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে ।

কাশ্মীৰৰ এখন দোকানত উদ্ধাৰ মাৰণাস্ত্ৰ
কাশ্মীৰৰ এখন দোকানত উদ্ধাৰ মাৰণাস্ত্ৰ
author img

By

Published : Jan 31, 2021, 9:21 PM IST

নিউজ ডেস্ক , ৩১ জানুৱাৰী : উত্তৰ কাশ্মীৰৰ সংগ্ৰামা অঞ্চলত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী । দেওবাৰে এখন দোকানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এই মাৰাত্মক সামগ্ৰীখিনি । এজন অভাৰ গ্ৰাউণ্ড কৰ্মীক সোধাপোছা কৰাৰ পিছতে আৰক্ষীয়ে এই সামগ্ৰী খিনি দোকানখত লুকাই থোৱাৰ তথ্য় লাভ কৰিছিল । আৰক্ষীয়ে অভিযান চলাই দোকানখনৰ পৰা এটা পিষ্টল, ২০ ৰাউণ্ড গুলী আৰু পাঁচটা গ্ৰেনেড উদ্ধাৰ কৰে । আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত অব্য়াহত ৰাখিছে ।

উল্লেখ যে অভাৰ গ্ৰাউণ্ড কৰ্মীসকল হৈছে যিসকলে জম্মু আৰু কাশ্মীৰৰ উগ্ৰপন্থীসকলক লজিষ্টিক সমৰ্থন, নগদ ধন, আশ্ৰয় আৰু অন্যান্য আন্তঃগাঁথনি প্ৰদানত সহায় কৰে । আৰক্ষীৰ মতে কৰ্মীজনক শেহতীয়াকৈ বাদিপোৰাত গ্ৰেপ্তাৰ কৰা হৈছিল ।

লগতে পঢ়ক :'মন কী বাত'ত ভাৰতীয় ক্ৰিকটে দলক প্ৰশংসা মোডীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.