ETV Bharat / bharat

গান্ধী জয়ন্তীঃ ইটিভি ভাৰতৰ প্ৰচেষ্টাক শলাগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ - গান্ধীৰ প্ৰিয় ভজন

মহাত্মা গান্ধীৰ 150 সংখ্যক জন্মজয়ন্তী উপলক্ষে বিগত এমাহ পূৰ্বৰে পৰাই ইটিভি ভাৰতে ধাৰাবাহিকভাৱে প্ৰকাশ কৰি আহিছিল বিভিন্ন প্ৰৱন্ধকে ধৰি বিশেষ লেখা আৰু প্ৰতিবেদন ৷ 150 সংখ্যক গান্ধীজয়ন্তী উপলক্ষে ইটিভি ভাৰতে প্ৰস্তুত কৰি উলিয়াইছিল গান্ধীৰ এটা প্ৰিয় ভজন ৷ সৰ্বভাৰতীয় পৰ্যায়ত প্ৰস্তুত কৰি উলিওৱা এই বিশেষ ভজনটোৰ বাবেই ইটিভি ভাৰতৰ শলাগ লয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ টুইট
author img

By

Published : Oct 2, 2019, 8:08 PM IST

নিউজ ডেস্ক, 2 অক্টোবৰঃ দেশৰ সৰ্ববৃহৎ ডিজিটেল সংবাদ প্ৰতিষ্ঠান ইটিভি ভাৰতৰ প্ৰচেষ্টাক শলাগ দেশৰ প্ৰধানমন্ত্ৰীৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰযোগে টুইট কৰি শলাগ লয় ইটিভি ভাৰতৰ ৷

মহাত্মা গান্ধীৰ 150 সংখ্যক জন্মজয়ন্তী উপলক্ষে ইটিভি ভাৰতে প্ৰকাশ কৰিছিল গান্ধীৰ প্ৰিয় ভজন "বৈষ্ণৱ জন টো"ৰ এটা বিশেষ ভিডিঅ' ৷ দেশৰ বিভিন্ন প্ৰান্তত দৃশ্যগ্ৰহণ কৰাৰ লগতে বিভিন্ন ভাষাৰ সংগীতজ্ঞসকলে কন্ঠদান কৰা বিশেষ ভিডিঅ'টোৱে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি উক্ত ভিডিঅ'ৰ শলাগ লৈছে ৷ প্ৰধানমন্ত্ৰীৰ উপৰিও দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, ৰেলমন্ত্ৰী পীয়ুশ গোৱেল, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহুকেইগৰাকী ৰাজনৈতিক নেতা-কৰ্মী তথা মন্ত্ৰীয়ে উক্ত ভিডিঅ'টোৰ প্ৰশংসা কৰে ৷ আনহাতে দুৰদৰ্শন অন্ধ্ৰপ্ৰদেশে ইটিভি ভাৰতৰ এই বিশেষ ভিডিঅ'টো টুইট কৰিছে ৷

  • पूज्य बापू के प्रिय भजनों की शानदार प्रस्तुति के लिए @Eenadu_Hindi आपका हार्दिक अभिनंदन। महात्मा गांधी के सपनों के अनुरूप स्वच्छ भारत अभियान में जागरूकता फैलाने में मीडिया जगत का बहुमूल्य योगदान रहा है। अब बारी देश को सिंगल यूज प्लास्टिक से मुक्त करने की है। https://t.co/FDSxDnbe1N

    — Narendra Modi (@narendramodi) October 2, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

অধিক পঢ়কঃ পদ্মবিভূষণ ৰামোজী ৰাওৱে মুকলি কৰিলে গান্ধীজীৰ 150 সংখ্যক জন্মজয়ন্তী উপলক্ষে বিশেষ গীতৰ ভিডিঅ'

উল্লেখ্য যে, ইটিভি ভাৰতৰ অধ্যক্ষ ৰামোজী ৰাওৰ নেতৃত্বত দেশৰ 13টা আঞ্চলিক ভাষাত প্ৰস্তুত কৰা হৈছে এই বিশেষ গীতটো ৷ গীতটোৰ সংগীত নিৰ্দেশনা কৰিছে বিশিষ্ট সংগীত নিৰ্দেশক ৰাও চালুৰী আৰু পৰিচালনা কৰিছে অজিত নাগে ৷ গীতটোৰ দ্বাৰা আমাৰ দেশৰ অতুলনীয় আৰু ঐশ্বৰ্য্যশালী সংস্কৃতি আৰু পৰম্পৰাক তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে ৷

Intro:Body:

গান্ধী জয়ন্তীঃ ইটিভি ভাৰতৰ প্ৰচেষ্টাক শলাগ প্ৰধানমন্ত্ৰী মোডীৰ

মহাত্মা গান্ধীৰ 150 সংখ্যক জন্মজয়ন্তী উপলক্ষে বিগত এমাহ পূৰ্বৰে পৰাই ইটিভি ভাৰতে ধাৰাবাহিকভাৱে প্ৰকাশ কৰি আহিছিল বিভিন্ন প্ৰৱন্ধকে ধৰি বিশেষ লেখা আৰু প্ৰতিবেদন ৷ 150 সংখ্যক গান্ধীজয়ন্তী উপলক্ষে ইটিভি ভাৰতে প্ৰস্তুত কৰি উলিয়াইছিল গান্ধীৰ এটা প্ৰিয় ভজন ৷ সৰ্বভাৰতীয় পৰ্যায়ত প্ৰস্তুত কৰি উলিওৱা এই বিশেষ ভজনটোৰ বাবেই ইটিভি ভাৰতৰ শলাগ লয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ 

নিউজ ডেস্ক, 2 অক্টোবৰঃ দেশৰ সৰ্ববৃহৎ ডিজিটেল সংবাদ প্ৰতিষ্ঠান ইটিভি ভাৰতৰ প্ৰচেষ্টাক শলাগ দেশৰ প্ৰধানমন্ত্ৰীৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰযোগে টুইট কৰি শলাগ লয় ইটিভি ভাৰতৰ ৷ 

মহাত্মা গান্ধীৰ 150 সংখ্যক জন্মজয়ন্তী উপলক্ষে ইটিভি ভাৰতে প্ৰকাশ কৰিছিল গান্ধীৰ প্ৰিয় ভজন "বৈষ্ণৱ জন টো"ৰ এটা বিশেষ ভিডিঅ' ৷ দেশৰ বিভিন্ন প্ৰান্তত দৃশ্যগ্ৰহণ কৰাৰ লগতে বিভিন্ন ভাষাৰ সংগীতজ্ঞসকলে কন্ঠদান দিয়া বিশেষ ভিডিঅ'টোৱে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি উক্ত ভিডিঅ'ৰ শলাগ লৈছে ৷  প্ৰধানমন্ত্ৰীৰ উপৰিও দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, ৰেলমন্ত্ৰী পীয়ুশ গোৱেল, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহুকেইগৰাকী ৰাজনৈতিক নেতা-কৰ্মী তথা মন্ত্ৰীয়ে উক্ত ভিডিঅ'টোৰ প্ৰশংসা কৰে ৷ আনহাতে দুৰদৰ্শন অন্ধ্ৰপ্ৰদেশে ইটিভি ভাৰতৰ এই বিশেষ ভিডিঅ'টো টুইট কৰিছে ৷ 

উল্লেখ্য যে, ইটিভি ভাৰতৰ অধ্যক্ষ ৰামোজী ৰাওৰ নেতৃত্বত দেশৰ 13টা আঞ্চলিক ভাষাত প্ৰস্তুত কৰা হৈছে এই বিশেষ গীতটো ৷ গীতটোৰ সংগীত নিৰ্দেশনা কৰিছে বিশিষ্ট সংগীত নিৰ্দেশক ৰাও চালুৰী আৰু পৰিচালনা কৰিছে অজিত নাগে ৷ গীতটোৰ দ্বাৰা আমাৰ দেশৰ অতুলনীয় আৰু ঐশ্বৰ্য্যশালী  সংস্কৃতি আৰু পৰম্পৰাক তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.