ETV Bharat / bharat

ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ - শুভেচ্ছা জ্ঞাপন

ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱসৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঝাৰখণ্ডবাসীক শুভেচ্ছা জ্ঞাপন কৰে ৷ তেওঁ সকলো ঝাৰখণ্ডবাসীৰ সু-স্বাস্থ্য আৰু মংগল কামনা কৰি ৰাজ্যখনৰ সকলো নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰে ৷

PM Modi congratulates people of Jharkhand on state's foundation day
ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
author img

By

Published : Nov 15, 2020, 10:54 AM IST

নিউজ ডেস্ক, 15 নৱেম্বৰ : দেওবাৰে ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱসৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঝাৰখণ্ডবাসীক শুভেচ্ছা জ্ঞাপন কৰে ৷ তেওঁ সকলো ঝাৰখণ্ডবাসীৰ সু-স্বাস্থ্য আৰু মংগল কামনা কৰি ৰাজ্যখনৰ সকলো নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰে ৷

  • झारखंड के स्थापना दिवस पर राज्य के सभी निवासियों को मेरी हार्दिक शुभकामनाएं। इस अवसर पर मैं यहां के सभी लोगों के सुख, समृद्धि और उत्तम स्वास्थ्य की कामना करता हूं।

    — Narendra Modi (@narendramodi) November 15, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছাবাণীত কয় যে,, ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱসৰ বাবে প্ৰতি গৰাকী লোকলৈ মোৰ সাদৰ সম্ভাষণ ৷ প্ৰতিষ্ঠা দিৱসৰ প্ৰাকক্ষণৰ পৰাই মই প্ৰতি গৰাকী ঝাৰখণ্ডৰ নাগৰিকৰ সুখ, সম্পদ আৰু সু-স্বাস্থ্যৰ অধিকাৰী হোৱাৰ কামনা কৰো ৷

লগতে পঢ়ক : প্ৰতিঘণ্টাত প্ৰায় 20 কিল'মিটাৰ চাইকেল চলোৱা এটি শিশু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.