ETV Bharat / bharat

অনুপ্ৰৱেশকাৰীৰ পলায়ন, নিজামুদ্দিন সমাৱেশ বিতৰ্ক : উচ্চ পৰ্যায়ৰ তদন্ত দাবীৰে PIL দাখিল

author img

By

Published : Apr 12, 2020, 10:04 PM IST

অনুপ্ৰৱেশকাৰীৰ পলায়ন, নিজামুদ্দিন সমাৱেশ সম্পৰ্কত চিবিআইৰ তদন্ত দাবী ৷ PIL দাখিল কৰিছিল অধিবক্তা সুপ্ৰিয়া পণ্ডিতাই ৷

অনুপ্ৰৱেশকাৰীৰ পলায়ন, নিজামুদ্দিন সমাৱেশ বিতৰ্ক
উচ্চতম ন্য়ায়ালয়

নেশ্যনেল ডেস্ক, 12 এপ্ৰিল : আনন্দ বিহাৰ বাছ টাৰ্মিনেলত অনুপ্ৰৱেশকাৰীৰ ভিৰ আৰু নিজামুদ্দিন মাৰ্কাজ সমাৱেশ সম্পৰ্কত চিবিআইৰ (CBI) তদন্ত দাবী কৰি জনস্বাৰ্থজনিত আবেদন (PIL) দাখিল কৰিছিল অধিবক্তা সুপ্ৰিয়া পণ্ডিতাই ৷

সূত্ৰ অনুসৰি, এই আবেদনত কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ আৰু মানুহৰ ভিৰ বন্ধ কৰিবৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কতো তথ্য প্ৰদান কৰিবলৈ দাবী জনোৱা হৈছে ৷

সুপ্ৰিয়া পণ্ডিতাই জনস্বাৰ্থজনিত আবেদনত উল্লেখ কৰে যে, দহ লাখ অনুপ্ৰৱেশকাৰীয়ে দিল্লী সীমান্ত পাৰ হ'বলৈ চেষ্টা কৰাৰ লগতে নিজামুদ্দিন আৰু আনন্দ বিহাৰ সমাৱেশত অংশগ্ৰহণ কৰাৰ পাচতে দেশত COVID-19 ত আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পালে যদিও এই বিশাল জনসমাগম ৰোধ কৰিবলৈ চৰকাৰ অসমৰ্থ হ'ল ৷

তেওঁ দাবী কৰে যে, নিজামুদ্দিন মাৰ্কাজত অংশগ্ৰহণ কৰা বহু লোক বৰ্তমানেও গ্ৰেপ্তাৰ হোৱা নাই আৰু এই সমাৱেশ হ'বলৈ অনুমতি প্ৰদান কৰা হ'ল ৷ ইয়াৰোপৰি, আনন্দ বিহাৰত অংশগ্ৰহণ কৰা লোকক বাছসমূহত উঠিবলৈ অনুমতি প্ৰদান কৰা হ'ল বুলিও অভিযোগ উত্থাপন কৰে অধিবক্তা গৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.