ETV Bharat / bharat

চীনা সামগ্ৰী বৰ্জনৰ বাবে সৰৱ জাতীয় সন্মিলনৰ নেতা ওমৰ আব্দুলা

author img

By

Published : Aug 3, 2020, 10:35 AM IST

চীনা সামগ্ৰীৰ বৰ্জনৰ বাবে সৰৱ জাতীয় সন্মিলনৰ নেতা ওমৰ আব্দুলা ৷ নেতাগৰাকীয়ে আইপিএলত চীনা বিজ্ঞাপন দিয়াৰ বিৰোধিতা কৰি কয় যে, এই চীনা সামগ্ৰী বৰ্জনৰ আদেশ পোৱাৰ পাছতো একাংশই বৰ্তমানেও চীনা বিজ্ঞাপনৰ ব্যৱহাৰ কৰি আছে বুলি উল্লেখ কৰে ৷

People boycott Chinese products, IPL retains Chinese sponsors: Omar
চীনা সামগ্ৰী বৰ্জনৰ বাবে সৰৱ জাতীয় সন্মিলনৰ নেতা ওমৰ আব্দুলা

নিউজ ডেস্ক,3 আগষ্ট: চীনা সামগ্ৰীৰ বৰ্জনৰ বাবে সৰৱ জাতীয় সন্মিলনৰ নেতা ওমৰ আব্দুলা ৷ দেওবাৰে জাতীয় সন্মিলনৰ নেতা ওমৰ আব্দুলাই উল্লেখ কৰে যে,প্ৰতিবেশী দেশ লাডাখত আগ্ৰাসনৰ সময়ত লোকসকলে যেতিয়া চীনা সামগ্ৰী বৰ্জন কৰিছিল,তেতিয়া আইপিএল, ক্ৰিকেট টুৰ্ণামেন্টত চীনা স্পনচাৰসকলক টুৰ্ণামেন্টত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷

  • Chinese cellphone makers will continue as title sponsors of the IPL while people are told to boycott Chinese products. It’s no wonder China is thumbing it’s nose at us when we are so confused about how to handle Chinese money/investment/sponsorship/advertising.

    — Omar Abdullah (@OmarAbdullah) August 2, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

চীনৰ ম'বাইল কোম্পানীৰ বিজ্ঞাপনে আইপিএলৰ শিৰোনাম দখল কৰি আছে ৷ জনসাধাৰণক চীনা সামগ্ৰী বৰ্জন কৰাৰ আদেশ দিয়াৰ পাছতো আইপিএলৰ শিৰোনাম দখল কৰি থাকে চীনা বিজ্ঞাপনে ৷ নেতাগৰাকীয়ে কয় আমি বিভ্ৰান্ত হও এটা কথাটেই যে,যদি টুৰ্ণামেন্টত চীনা স্পনচাৰ,বিজ্ঞাপন থাকিব পাৰে তেন্তে চীনা সামগ্ৰী বৰ্জনৰ আদেশ আমাক কিয় লাগে ? চীনে আমাক ধ্বংসৰ গৰাহলৈ লৈ গৈছে বুলি টুইটাৰযোগে উল্লেখ কৰে নেতা ওমৰ আব্দুলাই ৷

অন্য এক খবৰৰ বাবে:ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ হ’ব অযোধ্যা ৰে’লৱে ষ্টেচন

জন্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী,ইণ্ডিয়ান প্ৰীমিয়াৰ লীগে চীনা স্পনচাৰ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ইয়াৰ লৈ বহু প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল ৷ সংযুক্ত আৰৱ অমীৰতত আয়োজিত হ'ব লগা এখন কাৰ্যসূচীতো চীনা ম'বাইল কোম্পানী VIVOৰ সৈতে কাৰ্যসূচীখনৰ চুক্তি স্বাক্ষৰিত হৈছিল ৷ যিটো সময়ত সমগ্ৰ বিশ্বত চীনা সামগ্ৰী বৰ্জনৰ বাবে সকলোৱে দাবী উত্থাপন কৰিছিল ৷

  • The sheer suddenness of the move, the unexpected nature of the move, the unpredictability of the move. They don’t know what hit them. Now the Chinese will know.......... what we always suspected that we really can’t manage without their sponsorship & advertising.

ইয়াৰ উপৰিও নেতাগৰাকীয়ে কয় বিচিচি আই, আইপিএলত চীনৰ স্পনচাৰসকলক ৰখাৰ সিদ্ধান্তৰ বিৰোধিতা নকৰি কিছু লোকে নিজ ঘৰৰ বাৰাণ্ডাতে চীনা টিভিকে ভাঙি পেলাই,যিটো মোৰ মুৰ্খামিৰ কাম যেন লাগে ৷

অন্য এক খবৰৰ বাবে:শিলচৰত উত্তেজনাময় পৰিৱেশ

নেতাগৰাকীয়ে অন্য এক টুইটৰ জৰিয়তে কয় যে,আমি সদায়েই আদেশ হে পাও চীনা সামগ্ৰী বৰ্জন কৰাৰ ৷ কিন্তু হাতে-কামে ইয়াক ব্যৱহাৰ কৰা পৰিলক্ষিত হে নহয় ৷ চীনা সামগ্ৰী বৰ্জন কৰি আমি চীনক উচিত প্ৰত্যুত্তৰ দিব পাৰিম ৷ চীনৰ বাবে বিশ্বৰ বহু সমস্যাৰ সন্মুখীন হৈছে জনসাধাৰণ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.