ETV Bharat / bharat

বিহাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰই - অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ

বিহাৰৰ শক্তিশালী দলসমূহৰ মাজত বিহাৰ বিধানসভা নিৰ্বাচনত পাটনাৰ বংকীপুৰ সমষ্টিৰ পৰা অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা মনীষ বৰিয়াৰ নামৰ এজন ব্যক্তিয়ে নিৰ্বাচনী প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ ইতিমধ্য়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে মেধাৱী ছাত্ৰজনে ৷

Oxford alumnus to contest as an Independent in Bihar polls
বিহাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰই
author img

By

Published : Oct 15, 2020, 11:45 AM IST

নিউজ ডেস্ক,15 অক্টোবৰ: সমাগত বিহাৰ বিধানসভা নিৰ্বাচনত বিহাৰৰ শক্তিশালী দলসমূহৰ মাজত পাটনাৰ বংকীপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা মনীষ বৰিয়াৰ নামৰ ব্যক্তিজনে ৷

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰজনে বাণিজ্য মন্ত্ৰণালয়ত প্ৰথম বৰ্গৰ চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰি বংকীপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা সিদ্ধান্ত লয় ৷ ইতিমধ্য়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে মেধাৱী ছাত্ৰজনে ৷

বৰিয়াৰে সদৰি কৰা মতে,প্ৰচাৰত তেওঁ ৰাইজৰ বিপুল সমৰ্থন লাভ কৰিছে ৷ আৰম্ভণিতে যদিও তেওঁক শিক্ষকতা কৰিছিল,কিন্তু গৃহজিলাৰ লোকসকলৰ সেৱা কৰাতহে তেওঁ আগ্ৰহী আছিল ৷ মনীষ বৰিয়াৰ এজন মধ্যবিত্ত পৰিয়ালৰ ল’ৰা ৷

Oxford alumnus to contest as an Independent in Bihar polls
বিহাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰই

তেওঁ কয় যে,‘‘আজিকালি মানুহে টকা-পইছাৰ লালসাত ৰাজনীতিত প্ৰৱেশ কৰে,যিটো একেবাৰে সমাজবাদ নহয় ৷ ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে কিছু টকা উপাৰ্জন কৰাৰ উচিত যাতে তেওঁ নিজৰ প্ৰয়োজনখিনি পূৰণ কৰিব পাৰে আৰু তাৰ পাচত জন প্ৰতিনিধি হিচাপে ৰাইজৰ সেৱা কৰিব পাৰে’’ ৷

বৰিয়াৰে নিজকে বিহাৰী বুলি গৰ্ব অনুভৱ কৰাৰ লগতে বিহাৰে ভাৰতক প্ৰতিনিধিত্ব কৰে বুলি মন্তব্য় আগবঢ়ায় ৷

লগতে পঢ়ক: জন্ম বাৰ্ষিকী উপলক্ষে ড৹ এপিজে আব্দুল কালাম আজাদলৈ দেশবাসীৰ শ্ৰদ্ধা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.