ETV Bharat / bharat

দিল্লীৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশ ল'বলৈ সাজু 636 গৰাকী শিক্ষাৰ্থী

author img

By

Published : Jan 18, 2020, 10:37 AM IST

শুকুৰবাৰে ৰক্ষা মন্ত্ৰণালয় আৰু দিল্লী চৰকাৰে সমগ্ৰ ৰাজধানীৰ বিদ্যালয়ৰ পৰা 636 গৰাকী শিক্ষাৰ্থীক গণতন্ত্ৰ দিৱসৰ সাংস্কৃতিক অনুস্থানত ভাগ ল'বলৈ নিৰ্বাচন কৰিছে ৷

Delhi's R-Day parade
দিল্লীৰ গণতন্ত্ৰ দিৱস

নিউজ ডেস্ক, 18 জানুৱাৰীঃ দিল্লীৰ 3 খন বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু ৰাজস্থানৰ উদয়পুৰৰ এখন কেন্দ্ৰই 26 জানুৱাৰীত ৰাজধানীত গণতন্ত্ৰ দিৱসৰ সাংস্কৃতিক অনুস্থানত ভাগ ল'ব ৷ শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰণালয় আৰু দিল্লী চৰকাৰে এই অনুষ্ঠানৰ বাবে ৰাজধানীৰ বিভিন্ন স্কুলৰ পৰা 636 গৰাকী শিক্ষাৰ্থী (494 গৰাকী ছাত্ৰী আৰু 162 চা ছাত্ৰ) নিৰ্বাচিত কৰিছে ৷

জানিব পৰা মতে এই শিক্ষাৰ্থী সমূহ ডিএভি চেণ্টেনেৰী পাব্লিক স্কুল, মডেল স্কুল, বেংগলী ছিনিয়ৰ চেকেণ্ডেৰি স্কুল, চৰোজিনি নগৰ আৰু জনকপুৰিৰ সৰ্বোদয়া কন্যা বিদ্যালয়ৰ লগতে উদয়পুৰৰ পশ্চিম ক্ষেত্ৰৰ সাংস্কৃতিক কেন্দ্ৰৰ পৰা নিৰ্বাচন কৰা হৈছে ৷ উল্লেখ্য যে, "যোগ-বিশ্ব শক্তি কি অ'ৰ" ডিএভি চেণ্টেনেৰী পাব্লিক স্কুলৰ বিষয়বস্তু ৷ ইপিনে বেংগলী ছিনিয়ৰ চেকেন্দেৰি স্কুলে ঐতিহাসিক বেংগল অঞ্চলৰ ৰহস্যময় সুৰকাৰৰ এটি দল তৈয়াৰ কৰিছে ৷ আনহাতে জনকপুৰিস্থিত সৰ্বোদয়া কন্যা বিদ্যালয়ে "মাৰ' ৰং ৰংগীলো ৰাজস্থান" বিষয়বস্তু হিচাপে লৈছে ৷ উদয়পুৰৰ পশ্চিম ক্ষেত্ৰৰ সাংস্কৃতিক কেন্দ্ৰই 'গৰ্বা'-গুজৰাটৰ লোক নৃত্য প্ৰদৰ্শন কৰিব ৷ বিবৃতি অনুসৰি যুৱ প্ৰতিযোগী সকলে এই কাৰ্যসূচীত অংশলৈ যথেষ্ট সুখী বুলি প্ৰকাশ কৰিছে ৷ তেওঁলোকে কয় যে, তেওঁলোকে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গণ্যমান্য ব্যক্তি সকলৰ বাবে নিজৰ প্ৰতিভা আৰু দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰি গৰ্ব অনুভৱ কৰে ৷

লগতে পঢ়ক - বৰ্তমান মানুহৰ মাজত এটা ভুল বুজাবুজিৰ সৃষ্টি হৈছেঃ কনকসেন ডেকা

Intro:Body:

Over 600 school kids to take part in Delhi's R-Day parade

New Delhi, Jan 17 (IANS) School children from three Delhi schools and a centre in Rajasthan''s Udaipur will take part in the cultural programme during the Republic Day parade in the capital on January 26, the Defence Ministry said on Friday.

The Defence Ministry and the Delhi government have selected 636 children (474 girls and 162 boys) from various schools across the capital for the occasion, the statement said.

The Delhi students are from the DAV Centenary Public School, Model Town; Bengali Senior Secondary School, Sarojini Nagar, and the Sarvodaya Kanya Vidyalaya in Janakpuri, besides the West Zone Cultural Center in Udaipur, the statement said.

While "Yog - Vishwa Shakti ki Ore" is the theme of the DAV Centenary Public School, the Bengali Senior Secondary School has made the Bauls, a group of mystic minstrels from the historical Bengal region, their theme.

The children from the Sarvodaya Kanya Vidyalaya in Janak Puri have adopted the theme of "Mharo Rang Rangilo Rajasthan".

The West Zone Cultural Centre, Udaipur will present Garba - the folk dance of Gujarat - during the parade.

According to the statement, the young participants expressed happiness at being part of Republic Day parade. They said they feel a sense of pride with this chance to showcase their talent and ability to high national and international dignitaries.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.