ETV Bharat / bharat

ইছৰো'ৰ প্ৰথমটো মানৱ অন্তৰীক্ষ অভিযানৰ প্ৰাৰম্ভিক বাছনি তালিকাত উৰিষ্যাৰ ব্যক্তি - ODISHA RESIDENT SHORTLISTED FOR ISRO'S FIRST MANNED SPACE MISSION GAGANAYAAN

চন্দ্ৰযান-2ৰ বিষয়ে বৰ্তমানেও সৰ্বত্ৰে আলোচনা হৈ থকাৰ সময়তে ইছৰো'ৱে আৰম্ভ কৰিছে পৰৱৰ্তী প্ৰকল্প গগনায়নৰ প্ৰস্তুতি ৷ ভাৰতীয় বায়ু সেনাত কৰ্মৰত উৰিষ্যাৰ বালাংগীৰ জিলাৰ নিবাসী উইং কমাণ্ডাৰ নিখিল ৰথক ইছৰো'ৰ প্ৰাৰম্ভিক পৰ্যায়ৰ বাছনি তালিকাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷

উইং কমাণ্ডাৰ নিখিল ৰথ
author img

By

Published : Sep 10, 2019, 6:47 PM IST

নেশ্বনেল ডেস্ক,10 ছেপ্তেম্বৰ : চন্দ্ৰযান-2 ৰ বিষয়ে বৰ্তমানেও সৰ্বত্ৰে আলোচনা হৈ থকাৰ সময়তে ইছৰো'ৱে আৰম্ভ কৰিছে পৰৱৰ্তী প্ৰকল্প গগনায়নৰ প্ৰস্তুতি ৷ ভাৰতীয় বায়ু সেনাত কৰ্মৰত উৰিষ্যাৰ বালাংগীৰ জিলাৰ নিবাসী উইং কমাণ্ডাৰ নিখিল ৰথক ইছৰো'ৰ প্ৰাৰম্ভিক পৰ্যায়ৰ বাছনি তালিকাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷ উল্লেখ্য যে, এই প্ৰকল্প হৈছে ইছৰো'ৰ প্ৰথমটো মানৱ অন্তৰীক্ষ অভিযান গগনায়ন ৷ 2022 চনত আয়োজন কৰা এই অন্তৰীক্ষ অভিযানত তিনি গৰাকীকৈ মহাকাশযাত্ৰীৰে অভিযান চলোৱা হ'ব ৷

ইছৰো'ৰ প্ৰথমটো মানৱ অন্তৰীক্ষ অভিযানৰ প্ৰাৰম্ভিক বাছনি তালিকাত উৰিষ্যাৰ নিবাসী

উল্লেখ্য যে, নিখিল ৰথে 1998 চনত কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সামৰাৰ পাছতে 2000 চনত দিল্লী পাব্লিক স্কুলৰ পৰা দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হয় ৷ ইয়াৰ পাছতে হিন্দু কলেজত স্নাতক মহলাত অধ্যয়ন কৰি থকাৰ সময়তে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীলৈ (NDA) নিৰ্বাচিত হৈছিল ৷ 2003 চনত তেওঁ ভাৰতীয় বায়ু সেনাত যোগদান কৰে ৷ প্ৰখ্যাত অধিবক্তা আৰু বালাংগীৰ জিলাৰ বিশিষ্ট ব্যক্তি হিচাপে পৰিচিত নিখিল ৰথৰ পিতৃয়ে এই সম্পৰ্কত মন্তব্য কৰে যে, এয়া গৌৰৱৰ বিষয় ৷ তেওঁ এজন কঠোৰ পৰিশ্ৰমী ব্যক্তি বুলিও মন্তব্য কৰে গৌৰৱাম্বিত পিতৃ গৰাকীয়ে ৷ নিখিল ৰথৰ মাতৃয়েও তেওঁ চূড়ান্ত পৰ্যায়লৈ নিৰ্বাচিত হ'ব বুলি আশা প্ৰকাশ কৰে ৷

Intro:ଓଡିଶା ପାଇଁ ବଲାଂଗୀର ଜଣେ ଯୁବକ ପୁଣି ଗର୍ବ ଆଣି ଦେଇଛନ୍ତି । ଭାରତ ଇସ୍ରୋର ଆଗାମୀ ଗଗନ ୟାନ ମିସନରେ ବଲାଂଗୀର ଜଣେ ଯୁବକ ମନୋନୀତ ହୋଇଛନ୍ତି । ଯାହା କୁ ନେଇ ଏବେ ସାରା ରାଜ୍ୟରେ ଖୁସିର ଲହରୀ ଖେଳି ଯାଇଛି ।

Body:ଓଡିଶା ପାଇଁ ପୁଣି ଜଣେ ଯୁବକ ଏବେ ଗର୍ବ ଓ ଗୌରବ ସାଜି ଛନ୍ତି ।ବଲାଂଗୀର ଏହି ଯୁବକ ନିଖିଳ ରଥ ଭାରତ ଇସ୍ରୋର ଆଗାମୀ ଗଗନ ୟାନ ମିଶନ ପାଇଁ ମନୋନୀତ ହୋଇଛନ୍ତି । ଭାରତର ଇସ୍ରୋ ସଂସ୍ଥା ଏହି ମିଶନ ପାଇଁ ଭାରତୀୟ ବାୟୁସେନାର ସାହାର୍ଯ୍ୟ ନେଇଛି । ଯେଉଁଥିରେ କିଛି ବଛା ବଛା ପାଇଲଟଙ୍କ ଏଥିରେ ପରୀକ୍ଷା ନିରୀକ୍ଷା ଜାରି ରହିଛି । ତେବେ ଏମାନଙ୍କ ମଧ୍ୟରେ ବଲାଙ୍ଗିରର ଅଶୋକ ରଥ ଓ କୁସୁମ ରଥଙ୍କ ପୁଅ ନିଖିଳ ରଥ ମଧ୍ୟ ଅଛନ୍ତି । ନିଖିଳ ରଥ ଯିଏ କି ବର୍ତ୍ତମାନ ଭାରତୀୟ ବାୟୁସେନାର ବର୍ତ୍ତମାନ ବିଙ୍ଗ କମାଣ୍ଡର ଭାବରେ ନିଯୁକ୍ତ ଅଛନ୍ତି ଓ ସେ ଏଥିରେ ସାମିଲ ଥିବାର ଜଣା ପଡିଛି । ତେବେ ନିକଟରେ ଭାରତୀୟ ବାୟୁ ସେନା ନିଜ ଟ୍ୱିଟ ମାଧ୍ୟମରେ ଏହା ସ୍ପଷ୍ଟ କରିଥିବା ବେଳେ କିଛି ପାଇଲତଙ୍କ ଏଥି ପାଇଁ ପ୍ରଥମ ପର୍ଯ୍ୟାୟର ପରିକବ୍ୟ ନିରୀକ୍ଷା ସରିଥିବାର କହିଛି । ଯେଉଁଥିରେ ବଲାଂଗୀର ନିଖିଳ ରଥଙ୍କ ମଧ୍ୟ ସବୁ ପରୀକ୍ଷା ସରିଥିବାର ଜଣା ପଡ଼ିଛି । ବିଶେଷ କରି ଶାରୀରିକ , ମାନସିକ, ରେଡ଼ିଓ ଲୋଜିକାଲ ପରୀକ୍ଷା ଇତ୍ୟାଦି ସାରିଥିବା ବେଳେ ନିଖିଳ ରଥ ଏହି ସବୁରେ ସଫଳ ହୋଇଥିବାର ଜଣା ପଡ଼ିଛି । ସେହିପରି ସେ ଅନ୍ୟ ମାନଙ୍କ ସହିତ ଆଗାମୀ ପରୀକ୍ଷା ପାଇଁ ରୁଷିଆ ଯିବାର ଅଛି । ସେପଟେ ଏହି ଖବର ସମସ୍ତେ ବାୟୁ ସେନାର ଟ୍ୱିଟ ପରେ ଜାଣିବାକୁ ପାଇଥିଲେ ଏବଂ ସମାନ ଭାବରେ ତାଙ୍କ ମା ବାପା ମଧ୍ୟ ଏଥିରୁ ଖବର ପାଇ ପୁଅ ସହିତ କଥା ହୋଇଥିଲେ। ଏବଂ ସବୁ ୨ ବୋଲି ଜାଣିବା ପରେ ଏମନେ ଏବେ ବହୁତ ଖୁସି ଅଛନ୍ତି । ତେବେ ତାଙ୍କ ଅଜା ଜଣେ ସ୍ୱାଧୀନସଂଗ୍ରାମୀ ଥିଲେ ଓ ଦେଶ ପାଇଁ ସେବା କରିଥିଲେ ସମାନ ଭାବରେ ପୁଅ ନିଖିଳ ରଥ ମଧ୍ୟ ଏବେ ଦେଶ ସେବାରେ ଥିବାକୁ ନେଇ ତଥା ଗଗନ ୟାନରେ ଯିବାର ସଂଭାବନାକୁ ନେଇ ବାପା ଖୁବ ଖୁସି ଅଛନ୍ତି । ସେହିପରି ତାଙ୍କ ମା କୁସୁମ ରଥ ମଧ୍ୟ ପୁଅର ଏହି ଉପଲବ୍ଧିରେ ଆନନ୍ଦ ଥିବ ବେଲେ ନିଖିଲଙ୍କ ସ୍ତ୍ରୀଙ୍କ ଣା ଗଗନ ଓ ସେ ଗଗନ ୟାନ ମିଶନରେ ସାମିଲ ହୋଇଥିବାର ଏକ ସଂଯୋଗ ବୋଲି ସେ କହିଛନ୍ତି । ଏବଂ ଛୋଟ ଦିନରୁ ହିଁ ସେ କଠିନ ପରିଶ୍ରମୀ ଥିଲା ଓ ଆକାଶକୁ ଛୁଇଁବାର ସପ୍ନ ଦେଖି ଆଜି ତାହା ସଫଳ ହୋଇଥିବାର ତାଙ୍କ ମା କହିଛନ୍ତି ।
ବାଇଟ ଅଶୋକ ରଥ ବାପା
ବାଇଟ କୁସୁମ ରଥ ମା

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.