ETV Bharat / bharat

ওড়িশাৰ বিধায়কে সাঙীত তুলি নিলে গৰ্ভৱতী মহিলাক

author img

By

Published : Feb 11, 2020, 12:01 PM IST

ওড়িশাৰ নৱৰংগপুৰ জিলাৰ পাপদাহান্দি অঞ্চলত বিধায়ক মনোহৰ ৰান্ধাৰিয়ে এগৰাকী গৰ্ভৱতী মহিলাক চিকিৎয়ালয়লৈ 6 কিঃমি পৰ্যন্ত সাঙীত তুলি নিয়ে ৷ গৰ্ভৱতী মহিলাগৰাকীৰ অৱস্থা দেখি বিধায়কগৰাকীয়ে  স্থানীয় লোকৰ সহযোগত প্ৰায় 6 কিঃমি বাট লৈ যোৱা হ’ল সাঙীত ৷ পিচত তেওঁৰ নিজ বাহনত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় ৷

Odisha MLA carries pregnent women on cot
ওড়িশাৰ বিধায়কে সাঙীত তুলি নিলে গৰ্ভৱতী মহিলাক

নেশ্যনেল ডেস্ক, 11 ফেব্ৰুৱাৰীঃ মানৱতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে ওড়িশাৰ বিধায়ক মনোহৰ ৰান্ধাৰিয়ে ৷ ওড়িশাৰ নৱৰংগপুৰ জিলাৰ পাপদাহান্দি অঞ্চলত বিধায়ক মনোহৰ ৰান্ধাৰিয়ে এগৰাকী গৰ্ভৱতী মহিলাক চিকিৎয়ালয়লৈ 6 কিঃমি পৰ্যন্ত সাঙীত তুলি নিয়ে ৷

মইদালপুৰ পঞ্চায়তৰ অন্তৰ্গত কুচুমিখুন্টি গাঁৱৰ জেমা বেহেৰাৰৰ এগৰাকী মহিলাই পুৱা প্ৰসৱ বেদনাত চটফটাইছিল ৷ পৰিয়ালৰ লোকে জৰুৰীকালীন সেৱাক যোগাযোগ কৰিছিল যদিও বিধ্বস্ত যাতায়ত ব্যৱস্থাৰ বাবে উক্ত স্থানলৈ এম্বুলেন্স সেৱা যোৱাটো আছিল অসমৰ্থ ৷

আনহাতে ঘটনাটোৰ খৱৰ লাভ কৰি তাৎক্ষণিকভাৱে বিধায়কগৰাকী সেই গাঁৱখনত উপস্থিত হয় ৷ গৰ্ভৱতী মহিলাগৰাকীৰ অৱস্থা দেখি বিধায়কগৰাকীয়ে স্থানীয় লোকৰ সহযোগত প্ৰায় 6 কিঃমি বাট লৈ যোৱা হ’ল সাঙীত ৷ পিচত তেওঁৰ নিজ বাহনত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় ৷

ওড়িশাৰ বিধায়কে সাঙীত তুলি নিলে গৰ্ভৱতী মহিলাক

বৰ্তমান মহিলাগৰাকী চিকিৎসকৰ নিৰীক্ষণত চিকিৎসালয়ত ভৰ্তি হৈ আছে ৷ বিধায়কগৰাকীৰ এই প্ৰচেষ্টা তথা কাৰ্যক এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে ৷

আৰু পঢ়কঃদেওবাৰে কেৰেলাৰ বানপীড়িত লোকৰ বাবে নিৰ্মিত 121 টা ঘৰৰ চাবি অৰ্পণ কৰিব ইনাডু-ৰামোজী গোটে

Intro:ସ୍ଲଗ - ଗର୍ଭବତୀ ମହିଳା ଙ୍କୁ କାନ୍ଧ ରେ ବୋହି ନିଜ ଗାଡ଼ିରେ ମେଡିକାଲ କୁ ଆଣିଲେ ବିଧାୟକ
ଫର୍ମାଟ - ଏଭିଓ, ୧୦/୦୨/୨୦
ରିପୋର୍ଟ - ତପନ ବିଷୋୟୀ, ନବରଙ୍ଗପୁର
------------------------------------------------------
ଆଙ୍କର - ମହାନତା ଦେଖାଇଲେ ବିଧାୟକ । ନିଜ କାନ୍ଧରେ ଗର୍ଭବତୀ ମହିଳା ଙ୍କୁ କାନ୍ଧରେ ପାହାଡ଼ ଓ ଜଙ୍ଗଲ ରାସ୍ତାରେ ବୋହି ଆଣି ନିଜ ଗାଡି ରେ ମେଡିକାଲ କୁ ଆଣି ପ୍ରଶଂସା ସାଉଁଟିଲେ ବିଧାୟକ। ନବରଙ୍ଗପୁର ଜିଲ୍ଲା ଡାବୁଗାଁ ବିଧାୟକ ମନୋହର ରନ୍ଧାରୀ ନିଜ ନିଆରା କାର୍ଯ୍ୟ ଶୈଳୀ ଓ ଜନସେବା ପାଇଁ ସର୍ବଦା ଚର୍ଚ୍ଚାର ପରିଧି ମଧ୍ୟରେ ରହୁଥିବା ବେଳେ ବର୍ତ୍ତମାନ ଜଣେ ଗର୍ଭବତୀ ଙ୍କୁ କାନ୍ଧରେ ବୋହି ନିଜ ଗାଡି ରେ ମେଡିକାଲ କୁ ଆଣି ନିଜ ଭୋଟର ଙ୍କ ପ୍ରତି ନେତାଙ୍କ କିଭଳି ଆଚରଣ ରହିବା ଉଚିତ ଓ ନେତା ଙ୍କ ଜନତା ଙ୍କ ପ୍ରତି କର୍ତ୍ତବ୍ୟ ର ଏକ ବଳିଷ୍ଠ ଉଦାହରଣ ଦେଖାଇଛନ୍ତି । ବିଧାୟକ ରନ୍ଧାରୀ ନିଜ ନିର୍ବାଚନ ମଣ୍ଡଳୀ ପାପଡାହାଣ୍ଡି ବ୍ଲକ ଅନ୍ତର୍ଗତ ଉପାନ୍ତ ଜଙ୍ଗଲ ଓ ପାହାଡ ଘେରା କୁସୁମଖୁଣ୍ଟା ଗ୍ରାମ କୁ ଲୋକଙ୍କ ସମସ୍ୟା ବୁଝିବାକୁ ଯାଇଥିଲେ । ତେବେ ଗ୍ରାମର ମନ ବେହେରା ଙ୍କ ସ୍ତ୍ରୀ ଜେମା ବେହେରା ଙ୍କ ଗର୍ଭ ଜନିତ ଯନ୍ତ୍ରଣାରେ ଛଟପଟ ହେଉଥିଲେ ତେବେ ଗ୍ରାମ କୁ ଯାଇଥିବା ପାହାଡିଆ ରାସ୍ତା ଖରାପ ଥିବାରୁ ବାଧ୍ୟ ହୋଇ ଆମ୍ବୁଲାନ୍ସ ଆସିବା ଅସମ୍ଭବ ହୋଇପଡିଥିଲା । ଗର୍ଭ ଜନିତ ଯନ୍ତ୍ରଣା ରେ ଛଟପଟ ହେଉଥିବା ଜେମା ଙ୍କୁ ମେଡିକାଲ ନେବା ଅପରିହାର୍ଯ୍ୟ ହୋଇପଡିଥିଲା । ଗ୍ରାମକୁ ଯାଇଥିବା ବିଧାୟକ ଙ୍କ ଘଟଣା ବାବଦରେ ଅବଗତ ହେବାପରେ ସଙ୍ଗେ ସଙ୍ଗେ କାଳ ବିଳମ୍ବ ନ କରି ଅନ୍ୟ ମାନଙ୍କ ସହ ମିଶି ନିଜେ କାନ୍ଧ ରେ ପାହାଡିଆ ଓ ଜଙ୍ଗଲ ରାସ୍ତାରେ ପ୍ରାୟ ୬ କିଲୋମିଟର ରାସ୍ତାରେ ବୋହି ନିଜ ଗାଡି ପାଖକୁ ଆଣିଥିଲେ । ଆମ୍ବୁଲାନ୍ସ ଆସିବା ବିଳମ୍ବ ହେବାରୁ ଆମ୍ବୁଲାନ୍ସ କୁ ଅପେକ୍ଷା ନ କରି ନିଜ ଗାଡ଼ିରେ ପାପଡାହାଣ୍ଡି ମେଡିକାଲ କୁ ଆଣି ଥିଲେ । ଏବଂ ଜେମା ଙ୍କ ଚିକିତ୍ସା କରାଇଥିଲେ ।ଏହିପରି ଅଞ୍ଚଳ ର ଲୋକ ଙ୍କ ଭୋଟ ହାତେଇବା ପାଇଁ ନିର୍ବାଚନ ବେଳେ ନେତାଙ୍କ ଭିଡ଼ ଜମେ ଏବଂ ଗ୍ରାମର ସମସ୍ୟା ସମାଧାନ ପାଇଁ ପ୍ରତିଶୃତି ଅଜାଡି ଦିଅନ୍ତି କିନ୍ତୁ ନିର୍ବାଚନ ବୈତରଣୀ ପାର ହେବାପରେ ସବୁ ପ୍ରତିଶୃତି ଭୁଲି ଯାନ୍ତି କିନ୍ତୁ ବିଧାୟକ ରନ୍ଧାରୀ ନିଜ କର୍ତ୍ତବ୍ୟ ଓ ଦାୟିତ୍ୱ ବଧତା କୁ ଭୁଲି ନ ଥିଲେ ଏବଂ ସେ ନିଜେ ଜନତା ଙ୍କ ସେବା କରିବାକୁ ଆଗେଇ ଆସିଥିଲେ ।Body:Tapan Kumar Bissoyi Conclusion:NABARANGPUR
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.