ETV Bharat / bharat

ব্যক্তিগতকৰণ নহয় নুমলীগড় তেল শোধনাগাৰঃ নিৰ্মলা সীতাৰমণ

বি পি চি এলত ভাৰত চৰকাৰৰ আছে 53.29 শতাংশ ভাগ ৷ আনহাতে, বি পি চি এলত নুমলীগড় শোধনাগাৰৰ আছে 61 শতাংশ ভাগ ৷ নুমলীগড় শোধনাগাৰক বাহিৰত ৰাখি বি পি চি এলক অৰ্পণ কৰা হ’ব ব্যক্তিগত খণ্ডক ৷

author img

By

Published : Nov 20, 2019, 11:24 PM IST

ব্যক্তিগতকৰণ নহয় নুমলীগড় তেল শোধনাগাৰঃ নিৰ্মলা সীতাৰমণ

নিউজ ডেক্স,20 নৱেম্বৰঃ ব্যক্তিগতকৰণ কৰা নহয় নুমলীগড় তেল শোধনাগাৰ ৷ চৰকাৰৰ হাততেই থাকিব নুমলীগড় তেল শোধনাগাৰ ৷ এই কথা ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ ৷ কেন্দ্ৰীয় কেবিনেটত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷ কিন্তু ইয়াৰ বিপৰীতে ভাৰত পেট্ৰ’লিয়ামক ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ কোনো সালসলনি হোৱা নাই ৷ বি পি চি এলত ভাৰত চৰকাৰৰ আছে 53.29 শতাংশ ভাগ ৷ বি পি চি এলত নুমলীগড় শোধনাগাৰৰ আছে 61 শতাংশ ভাগ ৷ নুমলীগড় শোধনাগাৰক বাহিৰত ৰাখি বি পি চি এলক অৰ্পণ কৰা হ’ব ব্যক্তিগত খণ্ডক ৷ আনহাতে, নীপকোক এন টি পি চিৰ সৈতে একত্ৰিত কাৰাৰ কথাও উক্ত বৈঠকত ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ৷

NUMOLIGARH REFINARY WILL BE WITH THE GOVT. ONLY

Intro:Body:

NUMOLIGARH REFINARY WILL BE WITH THE GOVT. ONLY

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.