ETV Bharat / bharat

সন্ত্ৰাসবাদঃ পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ বাবে সাজু ভাৰত !

সংবাদমেলযোগে বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, পাক অধিকৃত কাশ্মীৰ ভাৰতৰ অংশ, এদিন ভাৰতৰ অংগ হিচাপে জড়িত হ'ব অঞ্চলটো

বৈদেশিক মন্ত্ৰীৰ ফাইল ফটো
author img

By

Published : Sep 18, 2019, 12:56 PM IST

নিউজ ডেস্ক, 18 চেপ্তেম্বৰ : মঙলবাৰে নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি জম্মু-কাশ্মীৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে বৈদেশিক মন্ত্ৰণালয়ে ৷ জম্মু-কাশ্মীৰৰ সন্দৰ্ভত পাকিস্তানৰ সৈতে কোনো আলোচনাত মিলিত নহয় ভাৰত, অনুচ্ছেদ 370 আৰু 35 (ক) কৰ্তন ভাৰতৰ সম্পূৰ্ণ আভ্যন্তৰীণ বিষয়, যদি কোনো বিষয়ত চুবুৰীয়া দেশখনৰ লগত আলোচনা কৰিবলগীয়া হয় তেন্তে সেইয়া হ'ব সন্ত্ৰাসবাদ ৷ পাকিস্তানৰ ক্ষেত্ৰত ভাৰতে নিজৰ নীতিত কোনো ধৰণৰ সাল-সলনি নকৰে বুলিও মন্তব্য কৰে বৈদেশিক মন্ত্ৰী সুব্ৰমণিয়াম জয়শংকৰে ৷

সংবাদমেলযোগে বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, পাক অধিকৃত কাশ্মীৰ ভাৰতৰ অংশ, এদিন ভাৰতৰ অংগ হিচাপে জড়িত হ'ব অঞ্চলটো ৷

ইপিনে, আগন্তুক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত সমগ্ৰ বিষয়টো সন্দৰ্ভত পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু ভাৰত ৷ লগতে 26 চেপ্তেম্বৰত হ'বলগীয়া ' চাৰ্ক ' অধীনস্থ দেশসমূহৰ বৈদেশিক মন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰিব জয়শংকৰ ৷ এই বৈঠকত উপস্থিত থাকিব পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বি ৷

No-talks-on-art-370-with-pak-only-on-terror-eam
No talks on art 370,with pak only on terror eam
R Headline : সন্ত্ৰাসবাদঃ পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ বাবে সাজু ভাৰত !

Summry : পাক-অধিকৃত কাশ্মীৰৰ অংশ ৷ সন্ত্ৰাসবাদৰ বাহিৰে অন্য কোনো বিষয়ত পাকিস্তানৰ সৈতে আলোচনাত মিলিত নহয় ভাৰত ৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু ভাৰতে ৷

নিউজ ডেস্ক, 18 চেপ্তেম্বৰ : মঙলবাৰে নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি জম্মু-কাশ্মীৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে বৈদেশিক মন্ত্ৰণালয়ে ৷ জম্মু-কাশ্মীৰৰ সন্দৰ্ভত পাকিস্তানৰ সৈতে কোনো আলোচনাত মিলিত নহয় ভাৰত, অনুচ্ছেদ 370 আৰু 35 (ক) কৰ্তন ভাৰতৰ সম্পূৰ্ণ আভ্যন্তৰীণ বিষয়, যদি কোনো বিষয়ত চুবুৰীয়া দেশখনৰ লগত আলোচনা কৰিব লগীয়া হয় তেন্তে সেইয়া হ'ব সন্ত্ৰাসবাদ ৷ পাকিস্তানৰ ক্ষেত্ৰত ভাৰতে নিজৰ নীতিত কোনো ধৰণৰ সাল-সলনি নকৰে বুলিও মন্তব্য কৰে বৈদেশিক মন্ত্ৰী সুব্ৰুমণিয়াম জয়শংকৰে ৷

সংবাদমেলযোগে বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, পাক অধিকৃত কাশ্মীৰ ভাৰতৰ অংশ, এদিন ভাৰতৰ অংগ হিচাপে জড়িত হ'ব অঞ্চলটো ৷

ইপিনে, আগন্তুক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত সমগ্ৰ বিষয়টো সন্দৰ্ভত পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু ভাৰত ৷ লগতে 26 চেপ্তেম্বৰত হ'বলগীয়া ' চাৰ্ক ' অধীনস্থ দেশসমূহৰ বৈদেশিক মন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰিব জয়শংকৰ ৷ এই বৈঠকত উপস্থিত থাকিব পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বি ৷

Etv bharat English, The hindu
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.